1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:52 am

গজালি মগুৰ আছে ভিন্ন উপকাৰিতা, জানি লওঁক সৱিশেষ!

  • Update Time : Tuesday, August 27, 2024

মগুমাহৰ ব্যৱহাৰ অসমীয়া সমাজৰত সৰ্বাধিক পৰিমাণে হয়। গোটা মগুমাহ কেইঘন্টামান সময় তিয়াই থলে কোমল হয়। এই কোমল মগুমাহ খৰাহী এটা টুকি ৰাখিলে
এদিনৰ পিছত ভালদৰে গজালি ওলাই আৰু ইয়াক গাজীমগু বুলি কোৱা হয়। এই গাজীমগু আমি প্ৰসাদ হিচাবে খাও যদিও ইয়াৰ উপকাৰীতা সম্বন্ধে কমকৈ
জানো।

. গজালি মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ উপৰিও বাৰ্ধক্য চাপৰ পৰা ৰক্ষা পৰে।
. গজালি ওলোৱা মগু খালে খাদ্যনলী পৰিস্কাৰ হয়।
. গজালি ওলোৱা মগু খালে শৌচ খোলোচা হয়।
. গজালি মগুৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে
. নখৰ বাবেও উপকাৰী গজালি মগু।
. চুলি সৰাৰ সমস্যা যদি আছে তেন্তে গজালি মেলা মগু খাওঁক, এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme