1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:22 am

খাব নেকি FIRE ফুচকা…

  • Update Time : Friday, January 24, 2025

ডিজিটেল ডেস্কঃ আপুনি ফায়াৰ পান দেখিছে নাইবা কেতিয়াবা হয়তো খাইছে। কিন্তু কেতিয়াবা ভাৱিছিলেনে যে এদিন ফায়াৰ ফুচকাও বজাৰলৈ আহিব। আপুনি ভাৱক বা নাথাকক বজাৰলৈ কিন্তু আহিল ফায়াৰ ফুচকা। এই ফায়াৰ ফুচকাৰ ভিডিঅ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। এগৰাকী যুৱতীয়ে খাই থকা ফায়াৰ ফুচকাৰ এই ভিডিঅটো চাই লওঁক এই লিংকত-

https://www.instagram.com/reel/CWveFgfoMf8/?utm_source=ig_web_copy_link

 

 

ফায়াৰ ফুচকাৰ এই ভিডিঅটো আহমেদাবাদৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, এই ফায়াৰ ফুচকাত পানীৰ পৰিৱৰ্তে মিহলোৱা হৈছে কপুৰ। যাৰ বাবে জ্বলি উঠে জুই। এনে ফুচকা ভক্ষণ কৰিলে দেহৰ বাবে ক্ষতিকাৰক বুলিও জানিব পৰা হৈছে। সেয়া যি কি নহলেও ফায়াৰ ফুচকাই শেহতীয়াকৈ বিশেষ চৰ্চা লাভ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme