1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 3:50 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

কৰ্তব্যৰত অৱস্থাত ষ্টেচন মাষ্টৰৰ আহিল টোপনি!

  • Update Time : Monday, May 6, 2024

এক আজৱ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ডিউটীৰ সময়ত ষ্টেচন মাষ্টৰ টোপনি যোৱাৰ বাবে সংঘটিত হ’ল এই ঘটনা। আচলতে ঘটনাটো আছিল এনেধৰণৰ।

৩ মে’ত পাটনা-কোটা এক্সপ্ৰেছ ৰে’লখন উত্তৰ প্ৰদেশৰ ইটাৱাৰ সমীপৰ উডি ম’ৰ ৰোড ষ্টেচনত প্ৰায় আধা ঘণ্টা ৰৈ থাকিব লগা হয়।

কৰ্তব্যৰত অৱস্থাত ষ্টেচন মাষ্টৰজন টোপনি যায়। যাৰবাবে ৰে’লৰ চালকজনে চিগনেলৰ বাবে অপেক্ষা কৰি থাকিল আৰু হৰ্ণ বজাই থাকিল। ৰে’লৱেই এই বিষয়টো গুৰুত্ব সহকাৰে লৈ ষ্টেচন মাষ্টৰক এই গাফিলতিৰ কাৰণ দৰ্শাৱলৈ নিৰ্দেশ দিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme