1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 2:33 pm

কৰক এইসমূহ উপায়, হৈ উঠিব সফল ব্যৱসায়ী

  • Update Time : Sunday, March 31, 2024

আপুনি ব্যৱসায়িক দিশত সফল হ’ব বিচাৰিছে নেকি, আপুনি বাৰু ব্যৱসায়িত লোকচানৰ সন্মুখীন হৈছে নেকি? বাস্তুশাস্ত্ৰৰ জৰিয়তে জানি লওঁক এই সমস্যাৰ উপায়সমূহ। ব্যৱসায়িক দিশত সফলতা অৰ্জন কৰিবলৈ হ’লে ব্যৱসায়ীজনৰ ঘৰখন শুদ্ধ হোৱাটো খুবেই প্ৰয়োজনীয়।এখন ঘৰৰ মুখ্য দুৱাৰখন যদি ভুল দিশত থাকে বা শোৱনী কোঠাও যদি ভুল দিশত থাকে তেতিয়া সেই ব্যক্তিগৰাকীৰ ঘৰত নেতিবাচক শক্তিয়ে অতি সোনকালে আগ্ৰাসী ৰূপ ধাৰণ কৰে। ব্যৱসায়ত ফল ধৰিলেও পিছৰ পৰ্যায়ত সেই ব্যৱসায় বন্ধ হৈ যোৱাৰো উপক্ৰম হয়। ব্যৱসায়ত ভাল ফল পাবলৈ হ’লে আপোনাৰ ঘৰখনৰ বাস্তু ঠিক মতে থাকিব লাগিব, অৰ্থাৎ এটা ব্যৱসায় উন্নতি নিৰ্ভৰ কৰে আপোনাৰ ঘৰখনৰ লগতে ব্যৱসায় প্ৰতিষ্ঠানৰ বাস্তুদিশৰ ওপৰত। আনহাতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত এটা সৰু মন্দিৰ থকাটো খুবেই প্ৰয়োজনীয়, কাৰণ এটি ভগৱানৰ মূ্ৰ্তিয়ে বহু নেতিবাচক দিশৰ পৰা ৰক্ষা কৰে। সাধাৰণতে উত্তৰ-পূৱ দিশত মন্দিৰ ৰাখিলে সকলোৰে মংগল হয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme