1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 10:06 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

কৰক এইকেইটা কাম! ঘৰত কেতিয়াও নোসোমাই মহ

  • Update Time : Thursday, April 4, 2024

গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে মহৰ সমস্যা বাঢ়ি যায়। উষ্ণতা বৃদ্ধিৰ লগে লগে মহৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰে। বিশেষকৈ সন্ধিয়া এই মহে অধিক অসুবিধাৰ সৃষ্টি কৰে। সৰু দেখা এই মহবোৰ কেতিয়াবা অতি বিপজ্জনক বুলি প্ৰমাণিত হয়। মহৰ পৰা হোৱা ৰোগৰ বাবে বহু মানুহে প্ৰাণ হেৰুৱাইছে। এই মহৰ দ্বাৰা বিয়পি পৰা ৰোগসমূহৰ ভিতৰত মেলেৰিয়া, ডেংগুৰ দৰে বিপদজনক নাম অন্তৰ্ভুক্ত। মহ প্ৰতিৰোধৰ বাবে বজাৰত বিভিন্ন সামগ্ৰী উপলব্ধ। ইয়াৰ ভিতৰত মহৰ কইল, স্প্ৰে, লোচন আৰু বৈদ্যুতিক সঁজুলিও অন্তৰ্ভুক্ত। কিন্তু আমি আপোনালোকক ক’বলৈ ওলাইছো কেইটামান ঘৰুৱা উপায়, যাৰ দ্বাৰা ঘৰৰ দৈনন্দিন বস্তুৰ সহায়ত মহৰ পৰা মুক্তি পাব পাৰি।

আপুনি নিশ্চয় গাঁৱে-ভূঞে দেখিছে যে মহ খেদি পঠিয়াবলৈ শুকান গৰুৰ গোবৰৰ ব্যৱহাৰ কৰা হয়। তাৰ পৰা ওলোৱা ধোঁৱাৰ বাবে মহ নাইকীয়া হৈ যায়। আপুনি ইয়াক ঘৰুৱা প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। কিন্তু এতিয়া চহৰবোৰত বন্ধ হৈ পৰিছে শুকান গৰুৰ গোবৰ জ্বলোৱাটো।

নিম পাতঃ নিম গছ গুণৰ খনি। বহু ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা নিময এই নিম পাত মহ প্ৰতিৰোধৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ। নিমৰ পাত জ্বলাই দিলে সেই ধোঁৱাৰ ফলত মহ পলাই যায়। এই পদ্ধতি সম্পূৰ্ণ স্বাভাৱিক।

মহ দূৰ কৰিবলৈ প্ৰথমে নহৰুৰ পেষ্ট বনাই তাৰ পিছত পানীত সিজাই স্প্ৰেৰ ৰূপত বনাব লাগে। ঠাণ্ডা হোৱাৰ পিছত এই তৰল পদাৰ্থটো স্প্ৰে’ বটলত ভৰাই মহ থকা ঠাইত স্প্ৰে’ কৰিব লাগে। স্পষ্টভাৱে এই স্প্ৰে’ত নহৰুৰ গোন্ধ থাকিব, গতিকে এই গোন্ধত মহ নাইকীয়া হ’ব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme