1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:05 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কোহলীৰ কেৰিয়াৰৰ ঘটিব অৱসান! কোন হ’ব কোহলীৰ উত্তৰসূৰী?

  • Update Time : Sunday, February 18, 2024

বিৰাট কোহলী। ভাৰতীয় ক্ৰিকেটৰ এক অন্যতম ধ্ৰুৱতৰা। কিন্তু, শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেটত নৱতম কেইবাজনো ক্ৰিকেটাৰৰ সফলতা দেখিলে কোহলীৰ কেৰিয়াৰত fullstop লগাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। যশস্বী জয়চোৱাল, শুভমন গীল, চৰফৰাজ খানৰ দৰে ক্ৰিকেটাৰ বিধ্বংসী ৰূপত তচনচ হৈ পৰিছে বিপক্ষৰ বলাৰ। চলিত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত সকলো হৈ পৰিছে স্পষ্ট। জয়চোৱালৰ সুন্দৰ ফৰ্মত টিষ্টিব পৰা নাই ইংলিছ বলাৰে। যদিহে এইকেইজন ক্ৰিকেটাৰৰ এনে ফৰ্ম অব্যাহত থাকে তেনে কোহলীৰ দৰে ক্ৰিকেটাৰৰ অভাৱ অনুভৱ নহ’ব ভাৰতীয় দলত। গতিকে উদীয়মান ক্ৰিকেটাৰৰ ভাল খেলৰ বাবে দলৰপৰা একেবাৰে বাদ পৰিব পাৰে বিৰাত কোহলী। হয়তো দলত স্থান নাপালে অৱসৰো ঘোষণা কৰিব পাৰে বিৰাট কোহলীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme