1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:32 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

কেতিয়ালৈ উভতিব নাইজেৰিয়াত পণবন্দী হৈ থকা বৰ্ণালী…

  • Update Time : Wednesday, November 15, 2023

নাইজেৰিয়াত পণবন্দী হৈ থকা জিম প্ৰশিক্ষক গুৱাহাটীৰ নিৱাসী বক্সাৰ বৰ্ণালী বৰুৱাক লৈ সৰ্বত্ৰে চৰ্চা। নাইজেৰিয়াত পণ বন্দী হৈ থকা অসমীয়া মহিলা খেলুৱৈগৰাকী যোৱা ২৮ অক্টোবৰত বেংগালুৰু পৰা নাইজেৰিয়ালৈ ভ্ৰমণৰ বাবে গৈছিল। খবৰ অনুসৰি, নাইজেৰিয়াৰ কিং নামৰ এজন লোকে খেলুৱৈগৰাকীৰ হাতৰ পৰা কাঢ়ি নিছে ভিছা, পাছপৰ্ট। খেলুৱৈ বৰ্ণালী বৰুৱা শইকীয়াইৰ পৰিয়ালক অপহৰণকাৰী সকলে পণমুক্তিৰ বাবে ব্লেক মেইল কৰি আছিল। বিগত তিনি দিন ধৰি খেলুৱৈ বৰ্ণালী বৰুৱা শইকীয়াইৰ কোনো খবৰ পোৱা নাই পৰিয়ালৰ লোকে। একেদৰে বৰ্ণালী শইকীয়াৰ পৰিয়ালে অসম চৰকাৰক সহায়ৰ বাবে অনুৰোধ কৰিছে। অসম চৰকাৰে বিষয় সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে,সময়ত এয়া হে হ’ব লক্ষণীয়৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme