1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:19 am

কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

  • Update Time : Sunday, June 30, 2024

আঁঠুৰ বিষৰ সৈতে যুঁজি আছে নেকি? আঁঠুৰ বিষৰ বাবে জ্বলা কলা খাইছে নেকি আপুনি? আহক জানি লওঁ এই সমস্যাৰ পৰা কিছু সকাহ দিব পৰা কেইটামান ভাল টিপছ-
. গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে। গতিকে হাড় মজবুত কৰি ৰাখিবলৈ দুগ্ধজাত খাদ্য বেছিকৈ খাব লাগে।
. ৰাতিপুৱাৰ ৰ’দত ভিটামিন ডি থাকে। গতিকে যদি আপুনি ৰাতিপুৱাৰ কিছু ৰ’দ ল’য় তেন্তে ই হাড়বোৰ অতি মজবুত কৰি তোলে।
. ব্যায়াম কৰিলে আঁঠুৰ বিষৰ পৰা উপশম পাব পাৰি। গতিকে লঘু ব্যায়াম কৰা প্ৰয়োজন।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme