1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 4:54 pm
Trending:
৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع

কি কি কৰিলে মুখৰ উজ্বলতা ঘূৰি আহিব জানি লওঁক এই প্ৰতিবেদনৰ জৰিয়তে!

  • Update Time : Sunday, August 4, 2024

মানুহৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দৰ্শনীয় অংগ হ’ল মুখমণ্ডল। প্ৰথম চিনাকিতেই আকৰ্ষণ কৰিব পৰা এখন সুশ্ৰী মুখমণ্ডল গঢ়ি তুলিবলৈ যত্ন কৰক। মুখমণ্ডল ভালে ৰাখিবলৈ হ’লে কেইটামান সাধাৰণ কথা মনত ৰাখিব লাগে। যেনে-

. টোপনি ক্ষতি কৰিলে মানুহৰ শৰীৰৰ ক্ষতি হয়। ছালৰ উজ্জ্বলতা কমে। সেইবাবে অন্তত: আঠ ঘন্টা ভাল টোপনি হোৱাৰ দৰকাৰ।
. ভজা-পোৰা বেছিকৈ খালে শৰীৰৰ ছাল ৰুক্ষ হয়। মছলা দিয়া খাদ্যও পৰিমাণত কমাই খাব লাগে। কেঁচা শাক-পাচলি বেছিকৈ খাব লাগে।
. খোজ কঢ়া এটা বৰ ভাল অভ্যাস। পুৱা শুই উঠি আৰু গধূলি মুকলি বতাহত খোজ কাঢ়িলে সৰ্বশৰীৰত সজীৱতা আহে।
মানুহৰ শৰীৰ নিৰোগী কৰি ৰাখিবলৈ হ’লে পানী প্ৰচুৰ পৰিমাণে খাব লাগে। দিনটোৰ ভিতৰত বিশুদ্ধ পানী অন্তত: ৮/১০ গিলাচ খাব লাগে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme