1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:31 am

কি কি কাৰণত হ’ব পাৰে আপোনাৰ মস্তিষ্কৰ ক্ষতিসাধন?

  • Update Time : Saturday, July 20, 2024

আমাৰ কি কি কাৰণত মস্তিষ্কৰ ক্ষতিসাধন হ’ব পাৰে জানেনে? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে!

. বহু দেৰিলৈকে প্ৰস্ৰাৱ ধৰি ৰখাৰ অভ্যাসে মস্তিষ্কত প্ৰভাৱ পেলাব পাৰে৷
. বেছিকৈ টোপনি ধৰাৰ পিছতো বহু ৰাতিলৈকে সাৰে থাকিলে মস্তিষ্কত বেয়া প্ৰভাৱ পৰে৷
. ৰাতিপুৱা বহু দেৰিলৈ খালি পেটে থকাৰ অভ্যাসে মস্তিষ্কত প্ৰভাৱ পেলাব৷
. খাদ্য খোৱাৰ সময়ত অন্য মনস্ক হৈ থকা, টিভি চোৱা, মোবাইল চোৱা এন অভ্যাসে বেয়া প্ৰভাৱ পেলাব পাৰে৷
. মোজা পিন্ধি শুৱাৰ অভ্যাসেও মস্তিষ্কত প্ৰভাৱ পেলাব পাৰে৷
. অতি বেছি মিঠা খোৱাৰ অভ্যাসেও ক্ষতিসাধন কৰিব পাৰে মস্তিষ্কৰ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme