1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 6:34 pm
Trending:
৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع

কিয় অভিনেত্ৰী ৰশ্মিকা মণ্ডনাই ইংৰাজীত কথা নাপাতে?

  • Update Time : Wednesday, May 29, 2024

কেইদিমান পূৰ্বে অভিনেত্ৰী ৰশ্মিকা মণ্ডনাই আনন্দ দেৱৰকৌন্দাৰ আহিবলগীয়া ছবি ‘গম গম গণেশ’ ৰ প্ৰি-ৰিলিজৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল৷ চুপাৰষ্টাৰ বিজয় দেৱৰকৌন্দাৰ ভাতৃ আনন্দ দেৱৰকৌন্দা৷
এই অনুষ্ঠানত ৰশ্মিকাৰ বহু ভিডিঅ’ বা বহু ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ ভাইৰেল ভিডিঅ’ সমূহত দেখা গৈছে যে অনুষ্ঠানৰ সময়ত ৰশ্মিকাই তেলেগু ভাষাত বাৰ্তালাপ কৰিছে৷ তেনেস্থলত ৰশ্মিকাক কোনো ব্যক্তিয়ে এটা প্ৰশ্ন কৰিলে যে আপুনি তেলেগুত কথা পাতিলে সকলোৰে বুজি পোৱাত অসুবিধা হয় তেনেস্থলত আপুনি যদি ইংৰাজীত কয় তেন্তে সকলোৱে বুজি পাব৷ সেই প্ৰশ্নৰ উত্তৰত
ৰশ্মিকাই কৈছে যে, মই সকলোৰে উত্তৰ ইংৰাজীত দিব বিচাৰো যাতে মোক সকলোৱে বুজি পায় কিন্তু মই যদি ইংৰাজীত কথা পাতোঁ তেন্তে বহুতে মোক ভাৱিব যে মই মোৰ ভাষাটোক অনাদৰ কৰিছোঁ৷ সেয়ে মই তামিল বা মালায়ালমত পাতোঁ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme