1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:15 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কিছু সৰু সৰু কৰ্ম কৰি জীৱনটো সমৃদ্ধিশালী কৰি তোলক!

  • Update Time : Friday, May 24, 2024

নিজৰ জীৱনটো সুন্দৰকৈ সজাই তুলিবলৈ প্ৰতিজন মানুহেই বিচাৰে৷ প্ৰতিজন মানুহেই বিচাৰে যে তেওঁৰ জীৱনটো সুন্দৰ হওঁক, সমৃদ্ধিশালী হওঁক৷ প্ৰতিজন ব্যক্তিয়ে নিজৰ লগতে পৰিয়ালৰ সমৃদ্ধি কামনা কৰে৷ নিজৰ আৰু পৰিয়ালৰ সমৃদ্ধি বৃদ্ধিৰ বাবে বহু কাম কৰিও বহু ক্ষেত্ৰত পিছপৰি ৰ’ব লগা হয়৷ তেনে ক্ষেত্ৰত আহকচোন কিছু সৰু সৰু কাম কৰি চাওঁ,
. নিজৰ জীৱনটো সমৃদ্ধিশালী কৰি তুলিবলৈ ৰাতিপুৱা শুই উঠি ঔঁম উচ্চাৰণ কৰি সোঁ-ভৰি মাটি স্পৰ্শ কৰিব৷
. এটা ধনাত্মক মন লৈ দিনটো আৰম্ভ কৰিব৷ ধনাত্মক চিন্তা ধাৰাই মানুহক সুস্থ কৰি ৰাখে৷
. নিশা আহাৰ খোৱা বাচন নিশাই ধুই ৰাখিব যাতে পুৱা শুই উঠি নিশাৰ বাহী বাচন দেখা নাপায়৷
. ৰাতিপুৱা উঠি আগ চোতালত চৰাইক আহাৰ খাবলৈ দিয়ক৷
. নিশা যদি ৰুটি খায় তেন্তে এখন ৰুটি কুকুৰলৈ বুলি বনাওঁক৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme