1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 11:00 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

কিছুমান মানুহৰ পৰা আঁতৰি থাকক আৰু কুশলে থাকক!

  • Update Time : Friday, September 13, 2024

আপোনাৰ জীৱনত এনে কিছুমান মানুহ আছে যিবোৰ মানুহ আপোনাৰ জীৱনত থকা নথকাৰ কোনো অৰ্থই নাই।
এনে মানুহবোৰে আপোনাৰ ভাল কৰা সলনি বেয়াহে কৰে। কোনবোৰ মানুহক আপোনাৰ জীৱনৰ পৰা আঁতৰাই ৰাখিব
জানি লওঁক।
. যিবোৰ মানুহে আপোনাক কথাই কথাই ঠাট্টা কৰে।
. যিবোৰ মানুহে আপোনাক প্ৰেৰণা দিয়াৰ সলনি নিগেটিভ কথাৰে বাধা দিব বিচাৰে তেনে মানুহৰ পৰা আঁতৰি থাকক।
. যিবোৰ মানুহে আনৰ সমালোচনা কৰে তেনে মানুহৰ পৰা আঁতৰি থাকক। মনত ৰাখিব যি মানুহে আপোনাৰ সম্মুখত
আনক অপমান কৰে সেই লোকে আনৰ আগত আপোনাৰো অপমান কৰিব।
. যি লোকে যিকোনো উপায়েৰে হ’লেও নিজক শুদ্ধ প্ৰমাণ কৰিব বিচাৰে বা যিকোনো বস্তু নিজৰ কৰিব বিচাৰে তেনে লোকৰ
পৰা আঁতৰি থাকক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme