1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 17, 2025, 1:10 am

কাষলতি দেখুৱাবলৈ প্ৰযোজকৰ পৰা কিমান টকা আদায় কৰে আলিয়াই? আলিয়া ভাটৰ কক্ষলতিৰ বাবে প্ৰযোজকে আলিয়াক কিয় দিয়ে ইমান

  • Update Time : Monday, February 3, 2025

Entertainment Desk: আলিয়া ভাট,যেন নামটোতেই নিহিত হৈ আছে কমনীয়তা আৰু আবেদনৰ সকলো সংজ্ঞা। ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত বলিউদ ছবি ‘সংঘৰ্ষ’ত শিশু চৰিত্ৰত অভিনয়ৰ জৰিয়তে প্ৰথমবাৰৰ বাবে কেমেৰাৰ সৈতে চিনাকি হোৱা বলিউদৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাটে ২০১২ চনত মুক্তি লাভ কৰা কৰণ জোহৰ পৰিচালিত ছবি Student of the Year ছবিখনৰ জৰিয়তে কোটি কোটি চফল ডেকাৰ টোপনি হৰিবলৈ সক্ষম হৈছিল৷ পৰৱৰ্তী সময়ত উড়তা পঞ্জাৱ, ৰাজী, গল্লী বয়, ডিয়েৰ জিন্দগী, গংগুবাই কাঠিবাড়ি আদি ছবিৰ জৰিয়তে বলিউদৰ লগতে আন্তৰাষ্ট্ৰীয় এৱাৰ্ড শিতানটো বহু কেইটা পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে আলিয়া ভাট৷ ২০২২ চনৰ ১৪ এপ্ৰিলত ৰণবীৰ কাপুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা আলিয়া বৰ্তমান এটি সন্তানৰ মাতৃ৷ পিছে শেহতীয়াকৈ নেট দুনীয়াত পাপাৰাজ্জীৰ উদ্বৃতি দি ভাইৰেল হৈছে এটি বিশেষ খবৰ৷ সেয়া হৈছে ছবি প্ৰমোচনত শৰীৰৰ এটা বিশেষ অংগ দেখুৱাবলে আলিয়া ভাটক প্ৰযোজকে আদায় দিব লাগে অতিৰিক্ত ধন৷ খবৰ বিয়পিছে যে আলিয়া ভাটে নিজৰ কক্ষলতি ছবিৰ প্ৰমোচনৰ অনুষ্ঠানত দেখুৱাবলৈ প্ৰযোজকৰ পৰা এক বৃহৎ ধনৰাশি আদায় কৰে৷ নেট দুনীয়াত সম্প্ৰতি এই খবৰ তুঁহ জুইৰ দৰে বিয়পি পৰিছে৷ অৱশ্যে এই খবৰৰ সত্যতা সম্পৰ্কে আলিয়া ভাটে কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই৷ কিন্তু কাপুৰ পৰিয়ালৰ বোৱাৰী আৰু ভাট্ট পৰিয়ালৰ জীয়ৰীয়ে যদি কক্ষলতি দেখুৱাই টকা ঘটিব লগা হৈছে তেন্তে চিন্তা কৰক বলিউদৰ এতিয়া কি পৰিস্থিতি?

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme