1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 4:49 pm
Trending:
৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع

কাপোৰৰ ৰঙৰ সৈতে মিলাই কি ৰঙৰ লিপষ্টিক ব্যৱহাৰ কৰিব?

  • Update Time : Saturday, August 10, 2024

যেতিয়াই আমি ক’ৰবাত ওলাই যাবলগীয়া হয় তেতিয়াই আমাৰ মনত এটা প্ৰশ্নই আহে যে কি পিন্ধিব লাগে আৰু সেই কাপোৰৰ সৈতে কি ৰঙৰ লিপষ্টিক লগাব লাগে কেনেকৈ জানিব? আচলতে প্ৰায়েই আমি ছোৱালীবোৰে বিবুধিত পৰোঁ কি ৰঙৰ কাপোৰৰ সৈতে কি ৰঙৰ লিপষ্টিক ব্যৱহাৰ কৰিব লাগে? গতিকে, আহক এই প্ৰতিবেদনৰ জৰিয়তে জানি লওঁ কি ৰঙৰ কাপোৰৰ সাতে কি ৰঙৰ লিপষ্টিক ব্যৱহাৰ কৰিম?

. গুলপীয়া ৰঙৰ কাপোৰৰ সৈতে নিউড পিংক লিপষ্টিক লগাব পাৰে৷
. সেউজীয়া ৰঙৰ সাজ-পোছাকৰ সৈতে, কফি ব্ৰাউন, ডিপ বেৰী লিপষ্টিক লগাব৷
. হালধীয়া কাপোৰৰ লগত আপুনি সদায় নিউড পিংক, পিংক ৰঙৰ লিপষ্টিক লগাওক৷
. ক’লা ৰঙৰ কাপোৰৰ সৈতে, নিউড লিপষ্টিক লগাব৷
. বগা ৰঙৰ কাপোৰৰ সৈতে ৰঙা ৰঙৰ লিপষ্টিক লগাব পাৰে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme