কল খোৱাৰ লগতে ভিন্ন ধৰণেৰে ব্য়ৱহাৰ কৰিব পাৰিব আৰু ভিন্ন ৰোগৰ সমাধান হিচাপেও ব্যৱহাৰ কৰিব পাৰিব।
. কল হাতেৰে পিটিকি শৰীৰত লেপন দি গা ধুলে অংগবিলাকৰ ছালৰ সৌন্দৰ্য্য অটুত থাকে ।
. কাহ হলে তেজ ওলালে কল খাব পাৰে। এনে ক্ষেত্ৰত কলৰ উপকাৰিতা দেখা যায়।
. কল পিহি জলফাই তেল মিলাই সর্বাংগত মালিচ কৰিলে ত্বক কোমল হয় আৰু ছালত থকা দাগ নোহোৱা হয় ।
. কলে শৰীৰত চৰ্বি জমা হোৱাত বাধা প্ৰদান কৰে ।
. শিশুক প্ৰায়েই কল পিটিকি গাখীৰ দি খুৱাব লাগে ।