1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
August 31, 2025, 1:50 am

কভি’ডত আক্ৰান্ত মন্ত্ৰী পীয়ূষ হাজৰিকা

  • Update Time : Friday, January 7, 2022

ডিজিটেল ডেস্কঃ কভি’ডত আক্ৰান্ত মন্ত্ৰী পীয়ূষ হাজৰিকা। টুইটযোগে এই কথা প্ৰকাশ মন্ত্ৰীগৰাকীৰ। বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল মন্ত্ৰী পীয়ূষ হাজৰিকা। বৰ্তমান হোম আইচ’লেশ্যনত আছে মন্ত্ৰীগৰাকী। আনহাতে বিহত দিনকেইটাত তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰত্যেকগৰাকী লোককে কভি’ড টেষ্টৰ আহ্বান মন্ত্ৰীগৰাকীৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme