1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:59 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

কঁঠালে আপোনাৰ ভিন্ন সমস্যাৰ সমাধান দিব!

  • Update Time : Wednesday, June 12, 2024

কঁঠাল পৃথিৱীৰ আটাইতকৈ ডাঙৰ গছত হোৱা ফল ৷ ই প্ৰ’টিন, ভিটামিন বি আৰু পটাছিয়ামৰ দৰে পুষ্টিৰে সমৃদ্ধ ৷ কঁঠালটোৰ দৰেই ইয়াৰ গুটিবোৰো স্বাস্থ্যৰ বাবে খুবেই উপকাৰী ৷ কঁঠালৰ গুটি থিয়ামিন আৰু ৰিবোফ্লেভিনত সমৃদ্ধ ৷ যিয়ে আপুনি খোৱা খাদ্যক শক্তিলৈ পৰিৱৰ্তন কৰা আৰু চকু, ছাল আৰু চুলি স্বাস্থ্যৱান ৰখাত সহায় কৰে ৷
কঁঠালৰ আছে বহু গুণাগুণ আৰু উপকাৰিতা সেই সম্পৰ্কে তলত উল্লেখ কৰা হৈছে,

. আপোনাৰ ছাল আৰু চুলিৰ বাবেও কঁঠালৰ গুটি অতি উপকাৰী বুলি কোৱা হয়। একে সময়তে চকুৰ দৃষ্টিশক্তি বৃদ্ধিতো সহায়ক বুলি প্ৰমাণিত। আচলতে ইয়াত ভিটামিন A পোৱা যায় যি চকু আৰু ছালৰ বাবে উপকাৰী।

. কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে আইৰণ থাকে যিয়ে আমাৰ শৰীৰত হিম’গ্লবিন উৎপাদনত সহায় কৰে। ইয়াৰ উপৰিও ই ৰক্তকণিকা গঠনত সহায় কৰে।

. কঁঠালৰ গুটিত ভাল পৰিমাণৰ আঁহ পোৱা যায়, যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰিব পাৰে। আপুনি ইয়াক খাদ্যত অন্তৰ্ভুক্ত কৰি কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰিব পাৰে।

. যদি আপুনিও ওজন কমাবলৈ দিনে-ৰাতিয়ে কষ্ট কৰি আছে, তেন্তে আপুনি খাদ্য তালিকাত কঁঠালৰ গুটি অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত ওজন কমাবলৈ সহজ হ’ব পাৰে

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme