1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 3:58 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ!

  • Update Time : Monday, July 1, 2024

মধুৰিআম এবিধ সুস্বাদু ফল। ই আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। মধুৰিআম ফাইবাৰ, ভিটামিন চি, লাইকোপিন আৰু এন্টিঅক্সিডেন্ট আদিৰে ভৰপূৰ। মধুৰী আমৰ আছে বহু গুণ, যিয়ে আমাৰ শৰীৰৰ ভিন্ন ৰোগৰ প্ৰতিকাৰক হিচাপে পৰিচয় দিয়ে৷
. মধুৰি পাতৰ ৰসে পায়েৰীয়া, দাঁতৰ বিষ আদি মুখৰ ভিতৰৰ ৰোগ উপশম কৰে৷
. ছালৰ বিভিন্ন বেমাৰত মধুৰিৰ পাতৰ ৰস লগালে সুফল পোৱা যায়৷
. পেটচলা ৰোগত মধুৰি আমৰ আগ কেইটামান খুন্দি পানীৰ সৈতে মিহলাই খালে সোনকালে ভাল হয়।
. চুলি সৰা ৰোধ কৰিবলৈ মধুৰী খাব পাৰে৷
. ফুড পইজনিং হলে মধুৰিৰ পাতৰ ৰস খোৱাব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme