1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2024, 11:57 pm
Trending:
ৰাজ্যৰ কাৰ্যবাহী অভিযন্তাসকলৰ পৰা বান-খহনীয়া সন্দৰ্ভত বুজ ল’লে মন্ত্ৰী পীযূষ হাজৰিকাৰ আপুনি জানেনে নৰসিংহ পাত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী! কনজাংটিভাইটিছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায় আৰু দূৰত থাকক চকুৰ সমস্যাৰ পৰা আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী!

ওঁঠৰ ৰং সলনি হৈছে নেকি আপোনাৰো? তেন্তে হওঁক সাৱধান!

  • Update Time : Wednesday, May 29, 2024

শৈশৱত সকলোৰে ওঁঠৰ ৰং গুলপীয়া হয়। কিন্তু সময়ৰ লগে লগে ওঁঠৰ ৰং সলনি হ’বলৈ আৰম্ভ কৰে। ওঁঠৰ ৰঙৰ পৰিৱৰ্তন স্বাভাৱিক যদিও কেতিয়াবা ই গুৰুতৰ ৰোগৰ লক্ষণো হ’ব পাৰে। সেয়েহে, যদি আপোনাৰ ওঁঠৰ ৰঙৰ পৰিৱৰ্তন হয় তেন্তে অৱহেলা নকৰিব৷ অন্যথা ভিন্ন ৰোগৰ সম্মুখীন হ’ব আপুনিও৷
১. যদি আপোনাৰ ওঁঠৰ ৰং হালধীয়া বা বগা হৈ আছে, তেনেহ’লে এয়া শৰীৰত তেজৰ অভাৱ বা ৰক্তহীনতাৰ লক্ষণ। গতিকে এনে ক্ষেত্ৰত আপুনি আপোনাৰ স্বাস্থ্যৰ যত্ন ল’ব লাগিব৷
২. বেঙুনীয়া ওঁঠ হাঁওফাঁওৰ ৰোগৰ লক্ষণ হ’ব পাৰে। এনে পৰিস্থিতিত যদি আপোনাৰ ওঁঠৰ ৰং সলনি হৈ বেঙুনীয়া হৈছে তেন্তে শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লওঁক৷
৩. যদি আপুনি যথেষ্ট ধূমপান কৰে, তেতিয়াও আপোনাৰ ওঁঠ ক’লা দেখিবলৈ আৰম্ভ কৰে। যাৰ ফলত শৰীৰত বিভিন্ন প্ৰকাৰৰ সমস্যা আৰম্ভ হোৱাৰ আশংকা থাকে। গতিকে ধুমপানৰ পৰা বিৰত থাকক৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme