1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:06 am

এনে কি পৰিস্থিতিৰ মুখামুখি হৈছিল কৃসাক্ষু দাস, যাৰ বাবে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ’ল?

  • Update Time : Friday, August 2, 2024

বাক্সাৰ আমগুৰিত আত্মহননৰ এক ভয়ংকৰ ঘটনা। মাতৃ পথাৰত ভূই ৰুবলৈ যোৱা সময়ত অকলে থকাৰ সুযোগ লৈ আত্মহননৰ দৰে চৰম পন্থা বাচি লয় এজন যুৱকে।
পথাৰৰ পৰা আহি কৃসাক্ষু দাস নামৰ যুৱকজনৰ মাকে ৰন্ধন শালত ৰছীৰে ওলমি থকা প্ৰত্যক্ষ কৰে আৰু চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া আহি ঘটনাস্থলীত উপস্থিত হয়।
যুৱক জনে কিয় এনে পন্থা বাচি ল’লে বৰ্তমানলৈ জানিব পৰা হোৱা নাই। যুৱক গৰাকী নিৰ্মল হালৈ মহাবিদ্যালয়ত স্নাতক বিভাগত শিক্ষাৰত আছিল বুলি জানিব পৰা গৈছে।
ঘটনাৰ খবৰ পাই জালাহ আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰৰ ৰবি বড়ো অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে মৃতদেহটো।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme