1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:26 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

এতিয়াৰে পৰা আৰু খাবলৈ নাপাব গোবি মাঞ্চুৰিয়ান আৰু কটন কেণ্ডী

  • Update Time : Monday, March 11, 2024

কৰ্ণাটক চৰকাৰে ৰাজ্যত গোবি মাঞ্চুৰিয়ান আৰু কটন কেণ্ডী বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। কৰ্ণাটক চৰকাৰৰ ঘোষণা অনুসৰি ৰোডামাইন-বি(Rhodamine-B)নামৰ এবিধ ৰাসায়নিক পদাৰ্থ গোবি মাঞ্চুৰিয়ান আৰু কটন কেণ্ডীত ব্যৱহাৰ কৰা হয়, যিটো মানৱ শৰীৰৰ বাবে অতি ক্ষতিকাৰক। খাদ্যৰ ৰং আৰু সোৱাদৰ বাবে ব্যৱহাৰ কৰা এই পদাৰ্থবিধ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এনে পৰিস্থিতিত ৰাইজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটকত গোবি মাঞ্চুৰিয়ান আৰু কটন কেণ্ডী বিক্ৰী নিষিদ্ধ কৰা হৈছে। যদি কোনো লোকে এই নিৰ্দেশ পালন নকৰে তেন্তে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি চৰকাৰে জানিবলৈ দিয়ে। আইন অমান্যকাৰী যাবলগীয়া হ’ব পাৰে জে’ললৈ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme