1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:08 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে

  • Update Time : Saturday, July 5, 2025

CTA Desk, গুৱাহাটী, ৫ জুলাইঃ ভগৱান ভৈৰৱ কলিযুগৰ আটাইতকৈ জাগ্ৰত দেৱতা বুলি বিশ্বাস কৰা হয়৷ ভগৱান ভৈৰৱৰ উপাসনা কৰিলে আপদৰ পৰা পৰিত্ৰাণ আৰু সকলো মনোবাঞ্ছা পুৰণ হৈ বুলিও বিশ্বাস কৰা হয়৷ ভগৱান ভৈৰৱ দেৱাদিদেৱ মহাদেৱৰ পূৰ্ণাঙ্গ অৱতাৰ। ভগৱান ভৈৰৱক বিভিন্ন ৰূপত পূজা-অৰ্চনা কৰা হয়৷ ইয়াৰে ভিতৰত দুজন অতি বিখ্যাত – কাল ভৈৰৱ আৰু বাটুক ভৈৰৱ বা আনন্দ ভৈৰৱ। কাল বা মৃত্যদূতৰ দৰে উগ্ৰ হোৱাৰ বাবেই কাল ভৈৰৱ হিচাপে অভিহিত কৰা হয় কালভৈৰৱক, কোৱা হয় কাল ভৈৰৱ কালৰো কাল। কাল ভৈৰৱক পূজা-অৰ্চনা কৰিলে সকলো বিপদৰ পৰা পৰিত্ৰাণ পোৱা যায়৷ কাশীৰ কাল ভৈৰৱ মন্দিৰক শ্ৰেষ্ঠ কাল ভৈৰৱৰ স্থান বুলি গণ্য কৰা হয়। কাশী বিশ্বনাথ মন্দিৰৰ পৰা কিছু দূৰৈত অৱস্থিত এই মন্দিৰৰ স্থাপত্যই নিজেই ইয়াৰ প্ৰাচীনতা প্ৰমাণ কৰে। সদায় কাপোৰেৰে ঢাকি ৰখা অৱস্থাত মন্দিৰৰ গৰ্ভগৃহৰ ভিতৰত কাল ভৈৰৱৰ অলৌকিক মূৰ্তি আছে। নিৰ্দিষ্ট সময়ৰ বাহিৰে কাল ভৈৰৱৰ দৰ্শন নিষিদ্ধ৷ এই মন্দিৰত প্ৰসাদ হিচাপে সুৰা আৰু পাণ আগবঢ়োৱা হয়৷ পুৰাণত বৰ্ণিত আখ্যান অনুসৰি বাবা বিশ্বনাথে কাল ভৈৰৱক কাশীৰ ক্ষেত্ৰপাল হিচাপে নিয়োগ কৰিছিল, সেয়ে যমৰাজেও কাশীত প্ৰৱেশ কৰিবলৈ কাল ভৈৰৱৰ অনুমতি ল’ব লাগে বুলি জনবিশ্বাস আছে৷ এই মন্দিৰ তন্ত্ৰ সাধনাৰ বাবে উৎকৃষ্ট স্থান বুলি অতীজৰে পৰা বিবেচিত হৈ আহিছে৷

ভগৱান কাল ভৈৰৱ

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme