1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 11:32 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

এটকাৰে কোটিপতি হ’ব পাৰে আপুনিও…

  • Update Time : Sunday, November 21, 2021

ডিজিটেল ডেস্কঃ পুৰণি মুদ্ৰা সংগ্ৰহৰ অভ্যাস আছে নেকি? যদি আপোনাৰ হাততো পুৰণি মুদ্ৰা আছে তেন্তে আপু্‌নিও ল’ব পাৰে সেই সুযোগ।যদি আপোনাৰ হাতত ১৮৮৫ চনৰ ১ টকীয়া মুদ্ৰা আছে, তেন্তে এই মুদ্ৰাটো নিলাম কৰি লাভ কাৰক ১০ কোটি টকা।

বহু মানুহৰ পুৰণি মুদ্ৰাবোৰ সংগ্ৰহ কৰাৰ অভ্যাস থাকে। পুৰণি এটকাৰ পৰা ৫০০ টকা ১০০০ টকা আদি বন্ধ হৈ থকা মুদ্ৰাবোৰৰ মূল্য বৃদ্ধি হৈছে। বিশেষকৈ ১৮৮৫ চনৰ এটকীয়া মুদ্ৰাটোক লৈ চৰ্চা চলিছে সামাজিক মাধ্যমত। দৰাচলতে, ১ টকাৰ মুদ্ৰাটো ১০ কোটি টকাত নিলাম হৈছে। এই নিলামৰ পিছতেই সকলোৱে এতিয়া এটকীয়া মুদ্ৰাসমূহ সংৰক্ষণৰ দিহা কৰিছে। যদি মুদ্ৰাটোত ব্ৰিটিছ যুগৰ ১৮৮৫ টো মুদ্ৰিত হৈ আছে তেন্তে আপুনিও ১ টকাটোৰ বিনিময়ত লাভ কৰিব পাৰে ১০ কোটি টকা।

কেনেদৰে নিলাম কৰিব ১ টকাটো?

১৮৮৫ মুদ্ৰিত ১ টকাটোৰ নিলাম অনলাইনযোগেও কৰিব পাৰে। অনলাইন যোগে নিলাম কৰি ৯৯৯ কোটি টকালৈকে লাভ কৰাৰ সুবিধা আছে।অনলাইন নিলামৰ ক্ষেত্ৰত, এই পুৰণি মুদ্ৰাবোৰ নিলাম কৰাৰ বাবে OLX এপটোৰ সহায় ল’ব পাৰিব৷ OLX এপটো খুলি তাত নিজৰ লগইন আইডিটো খুলি তাৰ জৰিয়তে মুদ্ৰাটো নিলাম কৰিব পাৰি৷ ইয়াৰ উপৰিও একে সময়তে indiamart.com আইডি খুলিও মুদ্ৰা নিলাম কৰিব পাৰে।

উল্লেখ্য যে মুদ্ৰা নিলামৰ ক্ষেত্ৰত, অনলাইনত নিজৰ আইডিটো খুলি প্ৰথমে নিজকে বিক্ৰেতা হিচাপে পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ পিছত প্ৰাচীন মুদ্ৰাৰ ফটোখন এই ৱেবছাইটকেইটাত আপলোড কৰিব লাগিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme