1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 3:35 pm

এজাক বৰষুণতেই ডুবিল মহানগৰী, কৃত্ৰিম বানৰ সমস্যা শেষ হ’বনে?

  • Update Time : Wednesday, May 25, 2022

ডিজিটেল ডেস্কঃ এজাক বৰষুণেই ধুৱাই নিলে মহানগৰীৰ আভিজাত্য৷ পুৱাৰে পৰা দিয়া নেৰানেপেৰা বৰষুণজাকত ডুবিছে মহানগৰীৰ বিভিন্ন এলেকা৷ চান্দমাৰী, বেলতলাকে ধৰি মহানগৰীৰ বিস্তীৰ্ণ এলেকাতে এতিয়া কৃত্ৰিম বান৷

এজাক বৰষুণতেই সৃষ্টি হোৱা এই বানক লৈ ৰাইজৰ প্ৰশ্ন, তিনিমাহৰ ভিতৰত দুৰ হ’ব কৃত্ৰিম বানৰ সমস্যা বুলি দিয়া প্ৰতিশ্ৰুতিসমূহ কলৈ গল! এজাক বৰষুণতেই বানৰ বাবে জীয়াতু ভুগিব লাগে মহানগৰবাসীয়ে৷ দেশৰ বৃহৎ চহৰসমূহৰ ভিতৰত এখন হিচাপে স্থান লাভ কৰা গুৱাহাটীৰ এই বান সমস্যা সমাধান হ’বনে? মহানগৰবাসীৰ সন্মুখত এইয়াই এতিয়া বৃহৎ প্ৰশ্নৰ লগতে প্ৰত্যাহ্বানো৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme