1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 26, 2024, 2:53 pm
Trending:
২০২৫ বৰ্ষত সৌভাগ্যশালী হ’ব এইসকল ৰাশিৰ লোক, সলনি হ’ব ভাগ্য অম্বুবাচীৰ নিবৃত্তি পাছত কি কি নিয়ম পালন কৰিব আপুনি সূৰ্য দেৱতাক এনেদৰে কৰক পূজা! নাইকীয়া হ’ব বাধা-বিঘিনি আহি গ’ল হোৱাটছএপৰ নতুন ফিচাৰ প্ৰায় ২০বছৰে স্কুললৈে নোযোৱাকৈ চৰকাৰী দৰমহাৰে চলি থকা এহাল দম্পতী, যাৰ পেছা শিক্ষকতা! স্বামী-স্ত্ৰীৰ মাজৰ প্ৰেম, মৰম, সন্মান চিৰযুগমীয়া হৈ থাকিবলৈ পুৱাই শুই উঠি কৰক এইকেইটা কাম! ওজন কমাবলৈ ৰাতিৰ আহাৰ নোখোৱাকৈ থকাটো ভাল নে বেয়া? জানি লওঁক তিয়াই থোৱা কিচমিচ খোৱাৰ উপযুক্ত সময় হঠাৎ বন্ধ হ’ব পাৰে আপোনাৰ মোবাইল! ৩৯২টা মোবাইল ব্লক কৰাৰ নিৰ্দেশ ভাৰতৰ দূৰসংযোগ বিভাগৰ! ভুলকৈ মূৰ্তি ৰাখিলে ঘৰত বৃদ্ধি পাব ঋণাত্মক শক্তি!

এখন চিঠি প্ৰেয়সীৰ বাবে, পঢ়ি চাওক আপুনিও হৈ পৰিব আৱেগিক!

  • Update Time : Sunday, June 16, 2024

মৰমৰ ,

দীঘল চুলিকাচাৰে সেইদিনা বৰ মৰম লাগিছিল তোমাক৷ উহ! কি যে চকুৰ চাৱনি তোমাৰ, খিলখিলাই হাঁহি উঠা সেই ছোৱালীজনী মানে তুমি
সেইদিনা দেখিয়ে মই প্ৰেমত পৰিছিলো তোমাৰ৷
উস! কি যে ধুনীয়া লাগিছিল তোমাক৷ ভিজি থকা চুলিখিনিত তোমাৰ হাতৰ আঙুলি বুলাই,
খিলখিলকৈ হাঁহি, চকুত কাজল সেইদিনা সচাই তোমাক বৰ মৰম লাগিছিল বুজিছা। প্ৰথম দেখোতেই ভালপাই পেলালো তোমাক। ৰ’বা তুমি যে
লৈ আহা গুলপীয়া ছাতিটো এতিয়া কিন্তু সেই ছাতিটোও মোৰ বৰ প্ৰিয়। তোমাৰ মিঠা হাঁহিত মই আজিও আপোন পাহৰা হওঁ বুজিছা। তুমি
তুমি যেন লগা প্ৰতিটো ক্ষণ মোৰ বাবে বৰ বিশেষ। তুমি অভিমান কৰা প্ৰতিটো মুহূৰ্ত মোৰ বৰ প্ৰিয়। তুমি অভিমান কৰিবা মই তোমাৰ
অভিমান ভাঙিম, তুমি ঠেহ পাতিবা মই ঠেহ ভাঙিম। তুমি যদি কেতিয়াবা চকুলো টোকা মোৰ কাষলৈ আহিবা মই তোমাৰ চকুলো মোহাৰিম।
মুঠতে চিৰজীৱন তোমাৰ কাষত তোমাৰ সাহস হৈ থিয় দিম।

তোমাৰ
……

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme