1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 26, 2024, 2:47 pm
Trending:
২০২৫ বৰ্ষত সৌভাগ্যশালী হ’ব এইসকল ৰাশিৰ লোক, সলনি হ’ব ভাগ্য অম্বুবাচীৰ নিবৃত্তি পাছত কি কি নিয়ম পালন কৰিব আপুনি সূৰ্য দেৱতাক এনেদৰে কৰক পূজা! নাইকীয়া হ’ব বাধা-বিঘিনি আহি গ’ল হোৱাটছএপৰ নতুন ফিচাৰ প্ৰায় ২০বছৰে স্কুললৈে নোযোৱাকৈ চৰকাৰী দৰমহাৰে চলি থকা এহাল দম্পতী, যাৰ পেছা শিক্ষকতা! স্বামী-স্ত্ৰীৰ মাজৰ প্ৰেম, মৰম, সন্মান চিৰযুগমীয়া হৈ থাকিবলৈ পুৱাই শুই উঠি কৰক এইকেইটা কাম! ওজন কমাবলৈ ৰাতিৰ আহাৰ নোখোৱাকৈ থকাটো ভাল নে বেয়া? জানি লওঁক তিয়াই থোৱা কিচমিচ খোৱাৰ উপযুক্ত সময় হঠাৎ বন্ধ হ’ব পাৰে আপোনাৰ মোবাইল! ৩৯২টা মোবাইল ব্লক কৰাৰ নিৰ্দেশ ভাৰতৰ দূৰসংযোগ বিভাগৰ! ভুলকৈ মূৰ্তি ৰাখিলে ঘৰত বৃদ্ধি পাব ঋণাত্মক শক্তি!

এক নিৰোগী আৰু সুস্বাস্থ্য লাভ আৰু আয়ুস বৃদ্ধি হ’বৰ বাবে কৰক এইসমূহ কাম!

  • Update Time : Friday, June 14, 2024

আমি প্ৰতিজনেই নিৰোগী আৰু সুস্বাস্থ্যৱান হৈ থাকিবৰ বাবে ভিন্ন উপায় অৱলম্বন কৰোঁ৷ কিন্তু তথাপি কোনো ক্ষেত্ৰত সুফল লাব নকৰো গতিকে এক গৱেষণা অনুসৰি নিৰোগী আৰু সুস্বাস্থ্যৱান হৈ থাকিবৰ বাবে কি কৰিব লাগে সেয়া আপোনালোকেও জানক-
. দৈনিক দিনৰ ভাগত অকণমান শুই দিলে স্মৃতি শক্তি বৃদ্ধি হোৱাৰ লগতে হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস হয়৷ যদি সময় পায় অকণমান শুই দিবলৈ চেষ্টা কৰক৷
. ৰাতিপুৱা শুই উঠাৰ পিছত বিশেষকৈ শীত কালত মানুহৰ টোপনি ভাৱ আঁতৰ নহয়৷ উঠি আহিবলৈ মন নাযায়৷ শুই উঠি বিছনাৰ পৰা এখন ভৰি নমাই মজিয়াত অলপ দেৰি ৰাখি চাওক৷ দেখিব, টোপনি ভাৱ নাইকিয়া হৈছে৷
. বহু মানুহৰ নিশা বহু দেৰিলৈকে টোপনি নাহে৷ এনে হ’লে ১মিনিট সময় চকু দুটা খৰকৈ খোলা জপোৱা কৰক৷ এনে কৰিলে সোনকালেই টোপনি আহিব৷
. গান মানুহৰ বাবে ঔষধ স্বৰূপ৷ গানে মানুহক প্ৰফুল্লিত কৰে৷ নিয়মিত ৰূপত সুৰীয়া গীত শুনিলে মগজুৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা নাইকিয়া হয়৷
. পেটত যদি জ্বলা পোৰা হয় তেন্তে ৪টা মান তুলসী পাত চোবাই খাই এগিলাচ কুহুমীয়া পানী পান কৰিব৷
. পুৱা কালি পেটত পানী খালে শৰীৰ সজীৱ হ’ব, কৰ্মত মন বহিব৷
. দৈনিক কমেও ১৫মিনিট প্ৰাণ খুলি হাঁহক৷ আপোনাৰ স্বাস্থ্যৰ যথেষ্ট উপকাৰ হ’ব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme