1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 10:20 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

এইসমূহ উপায়েৰে ডিঙি বিষৰ পৰা উপশম পাব!

  • Update Time : Friday, September 13, 2024

আপোনাৰ সঘনাই ডিঙিৰ বিষ হৈ থাকে নেকি? তেনেহ’লে প্ৰতিমাহে আপুনি দাঁত ব্ৰাছ কৰিবলৈ এডাল নতুন ব্ৰাছ ব্যৱহাৰ কৰক। কাৰণ ডিঙিৰ বিষৰ বাবে দায়ী ভাইৰাছ আৰু বেক্টেৰিয়া জমা হৈ থকা অন্যতম ঠায়েই হ’ল টুথব্ৰাছ।
আনে ব্যৱহাৰ কৰা খোৱা পাত্ৰ পৰাপক্ষত ব্যৱহাৰ নকৰিব।
আনে ব্যৱহাৰ কৰা টেলিফোন বা পানীৰ টেপ আদি ব্যৱহাৰৰ সময়ত যাতে নাক আৰু মুখত স্পৰ্শ নকৰে তাৰ প্ৰতি সচেতন হৈ থাকক।
ডিঙিৰ বিষত ভুগি থকা ব্যক্তিৰ ঘনিষ্ঠ সম্পৰ্কৰ পৰা আঁতৰি থাকক। যদি আপুনি বসবাস কৰা অঞ্চলটোৰ পৰিৱেশ দূষিত বুলি ভাবে তেন্তে কাঁহ, চৰ্দি হৈ থকা সময়ত কোঠাৰ ভিতৰতে থকাৰ চেষ্টা কৰক। কিয়নো এনে অৱস্থাত দূষিত পৰিৱেশলৈ গ’লে আপোনাৰ ৰোগৰ অৱস্থা অধিক শোচনীয় হোৱাৰ সম্ভাৱনা থাকে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme