1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 2:34 pm

এইসমূহ অংগ ডাঙৰ হ’লে স্ত্ৰী বা প্ৰেয়সী হয় ভাগ্যৱতী ,অংগ দেখিয়েই আপুুনি ক’ব পাৰিব কোনজনী ভাগ্যৱতী?

  • Update Time : Tuesday, September 19, 2023

শাস্ত্ৰৰ কিছু কথা নামানি নোৱাৰি৷ অৱশ্যে মানিলে ধান নামানিলে পতান বোলা কথাষাৰো এই ক্ষেত্ৰত প্ৰযোজ্য৷ আজি আলোচনা কৰিম৷ স্ত্ৰী বা যুৱতীৰ কোনকেইটা অংগ ডাঙৰ হ’লে আপোনাৰ জীৱনলৈ নামি আহিব সৌভাগ্য, লগতে আপুনি লাভ কৰিব মহালক্ষ্মীৰ আশীৰ্বাদ৷ সমুদ্ৰ শাস্ত্ৰত স্ত্ৰী বা যুৱতীৰ ৰূপক লৈ বহু কথা সন্নিবিষ্ট হৈ আছে৷ যিবোৰ কথা বৰ্তমানো প্ৰাসংগিক৷ আঁহক ইয়াৰ বিষয়ে জানো সবিশেষ৷
চুলি ঘণ আৰু দীঘলীয়া হ’লে ভাগ্যৱতী বুলি গণ্য কৰা হয়৷ দীঘল চুলিৰ অধিকাৰী নাৰীয়ে স্বামীৰ উন্নতি কৰে৷ স্ত্ৰীৰ নাভি সুগভীৰ হ’লে পৰিয়াললৈ সকৰাত্মক শক্তিৰ সৃষ্টি হয়৷ স্ত্ৰীৰ গাল ভৰা হ’লে সেইখন ঘৰ ঐশ্বৰ্য্যশালী হৈ পৰে৷ দীঘলীয়া গলৰ স্ত্ৰীক প্ৰাচীন কালৰে পৰা ভাগ্যৱতী বুলি অভিহীত কৰা হয়৷ যদি স্ত্ৰীৰ আঙুলি দীঘল হয় তেন্তে স্ত্ৰীগৰাকী যথেষ্ঠ সৃষ্টিশীল আৰু সংস্কৃতিবান হয়৷ লগতে তেনেধৰণৰ স্ত্ৰীৰ হাতলৈ সঘনাই ধনৰ আগমণ ঘটে৷ স্ত্ৰীৰ নাক দীঘল হ’লে উচ্চ বংশৰ বুলি কোৱা হয়৷ এয়া সমুদ্ৰ শাস্ত্ৰক কিছু ৰোমাঞ্চকৰ তথ্য৷ ইয়াৰ উপৰিও সমুদ্ৰ শাস্ত্ৰত আছে আন বহু নিয়ম-নীতি৷ যিবোৰ নিয়ম মানি চলিলে পৰিয়াললৈ আহে সুখ আৰু স্বাচ্ছন্দ্য৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme