1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:25 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

এইসমূহ অংগ ডাঙৰ হ’লে স্ত্ৰী বা প্ৰেয়সী হয় ভাগ্যৱতী ,অংগ দেখিয়েই আপুুনি ক’ব পাৰিব কোনজনী ভাগ্যৱতী?

  • Update Time : Tuesday, September 19, 2023

শাস্ত্ৰৰ কিছু কথা নামানি নোৱাৰি৷ অৱশ্যে মানিলে ধান নামানিলে পতান বোলা কথাষাৰো এই ক্ষেত্ৰত প্ৰযোজ্য৷ আজি আলোচনা কৰিম৷ স্ত্ৰী বা যুৱতীৰ কোনকেইটা অংগ ডাঙৰ হ’লে আপোনাৰ জীৱনলৈ নামি আহিব সৌভাগ্য, লগতে আপুনি লাভ কৰিব মহালক্ষ্মীৰ আশীৰ্বাদ৷ সমুদ্ৰ শাস্ত্ৰত স্ত্ৰী বা যুৱতীৰ ৰূপক লৈ বহু কথা সন্নিবিষ্ট হৈ আছে৷ যিবোৰ কথা বৰ্তমানো প্ৰাসংগিক৷ আঁহক ইয়াৰ বিষয়ে জানো সবিশেষ৷
চুলি ঘণ আৰু দীঘলীয়া হ’লে ভাগ্যৱতী বুলি গণ্য কৰা হয়৷ দীঘল চুলিৰ অধিকাৰী নাৰীয়ে স্বামীৰ উন্নতি কৰে৷ স্ত্ৰীৰ নাভি সুগভীৰ হ’লে পৰিয়াললৈ সকৰাত্মক শক্তিৰ সৃষ্টি হয়৷ স্ত্ৰীৰ গাল ভৰা হ’লে সেইখন ঘৰ ঐশ্বৰ্য্যশালী হৈ পৰে৷ দীঘলীয়া গলৰ স্ত্ৰীক প্ৰাচীন কালৰে পৰা ভাগ্যৱতী বুলি অভিহীত কৰা হয়৷ যদি স্ত্ৰীৰ আঙুলি দীঘল হয় তেন্তে স্ত্ৰীগৰাকী যথেষ্ঠ সৃষ্টিশীল আৰু সংস্কৃতিবান হয়৷ লগতে তেনেধৰণৰ স্ত্ৰীৰ হাতলৈ সঘনাই ধনৰ আগমণ ঘটে৷ স্ত্ৰীৰ নাক দীঘল হ’লে উচ্চ বংশৰ বুলি কোৱা হয়৷ এয়া সমুদ্ৰ শাস্ত্ৰক কিছু ৰোমাঞ্চকৰ তথ্য৷ ইয়াৰ উপৰিও সমুদ্ৰ শাস্ত্ৰত আছে আন বহু নিয়ম-নীতি৷ যিবোৰ নিয়ম মানি চলিলে পৰিয়াললৈ আহে সুখ আৰু স্বাচ্ছন্দ্য৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme