1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 4:29 pm
Trending:
চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting

এইসমূহ উপায়েৰে বন্ধ কৰক হিকটি!

  • Update Time : Monday, September 23, 2024

হিকটি অভিজ্ঞতা নথকা মানুহ বিশ্বত বিৰল৷ শিশুৰ পৰা বৃদ্ধলৈ, পুৰুষ-মহিলা আটাইৰে জীৱনকালত কেতিয়াবা নহয় কেতিয়াবা হিকটিৰ অনুভৱ হোৱাটো এক স্বাভাৱিক পৰিঘটনা ৷
দেখা যায় মহিলাৰ তুলনাত পুৰুষৰ হিকটি বেচিকৈ আহে৷ সাধাৰণতে দিনটোৰ বিয়লি ভাগত হিকটি বেচিকৈ আহে৷ আমাৰ অসমীয়া লোক বিশ্বাসমতে হিকটি আৰু চৰ্চৰণি মানুহজনক
কোনোবাই আতঁৰৰ পৰা স্মৰণ কৰিলে আহে৷
. বেছিকৈ আৰু সঘনাই হিকটি যদি আহি আছে, তেনেহ’লে এচামুচ চেনি মুখত লৈ থাকক। হিকটি তৎক্ষণাত বন্ধ হ’ব।
. যদি কাৰোবাৰ একেৰাহে হিকটি আহি আছে, তেনেহ’লে তেওঁক হঠাতে ভয় খুৱাই চাওক। অন্যথা কিবা এটা নতুন কথা কৈ মনোযোগ আঁতৰাবলৈ চেষ্টা কৰক। এনে উপায়েৰেও হিকটি বন্ধ কৰিব পাৰি।
. তিনিটা জালুক, আধা চামুচ চেনি বা মিচিৰিৰ সৈতে চোবাই খাওক। জালুক খালে তৎক্ষণাত হিকটি বন্ধ হয়।
. এচামুচ নেমুৰ ৰসৰ লগত এচামুচ মৌ মিহলাই খালেও হিকটি বন্ধ হয়
. একাপ পানীত এচিকুট নিমখ মিহলাই খালেও হিকটি বন্ধ হ’ব।
. হাত দুখন টানকৈ মুঠি মাৰি দহ-পোন্ধৰ মিনিট থাকক। এনে কৰিলে মনোযোগ হিকটিৰ পৰা আঁতৰি যাব আৰু হিকটি বন্ধ হ’ব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme