1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:46 am

ইউক্ৰেইনত দ্বিতীয়জন ভাৰতীয় ছাত্ৰৰ মৃত্যু…

  • Update Time : Wednesday, March 2, 2022

ডিজিটেল ডেস্কঃ ইউক্ৰেইনত দ্বিতীয়জন ভাৰতীয় ছাত্ৰৰ মৃত্যু। চন্দন জিন্দাল নাম পঞ্জাৱৰ এজন ছাত্ৰ নিহত। ২২ বছৰীয়া চন্দনে ভিনিটচিয়া নেচনেল পাইৰোগভ, মেম’ৰিয়েল মেডিকেল ইউনিভাৰ্চিটিত অধ্যয়নৰত আছিল। কালিৰ দিনটোতো খাৰকিভত নিহত হৈছিল এজন ভাৰতীয় ছাত্ৰৰ। কৰ্ণাটৰ ছাত্ৰজনৰ লগতে আজি নিহত চন্দনৰ দেহ দেশলৈ উভতাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত চৰকাৰৰ।
উল্লেখ্য যে চন্দনৰ মৃত্যু হৈছে ষ্ট্ৰোকৰ ফলতহে। ষ্ট্ৰোকত বাবে জৰুৰীকালীনভাৱে চিকিৎসালয় ভিনিটচিয়াত ভৰ্তি কৰোৱা হৈছিল যদিও হাস্পতালতেই শেষ নিশ্বাস ত্যাগ কৰিছে চন্দনে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme