1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:22 am

আৰক্ষীৰ যৌথ অভিযানত আটক ৬জনীয়া ডকাইতৰ দল

  • Update Time : Tuesday, July 16, 2024

আৰক্ষীৰ জালত ৬জনীয়া দূধৰ্ষ ডকাইতৰ দল। নিশা পাঠশালাৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ সমীপৱৰ্তী চাৰিআলিৰ পৰা বাক্সা আৰু বজালী আৰক্ষীয়ে যৌথ
অভিযান চলাই আটক কৰিছিল এখন বিলাসী বাহনসহ উক্ত ৬জনীয়া বৃহৎ ডকাইতৰ দলটোক। আজি সোধা-পোছা কৰি বাক্সাৰ শিমলা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি
ইতিমধ্যে জেললৈ প্ৰেৰণ কৰে ধৃত ৬জনীয়া বৃহৎ ডকাইতৰ দলটোক। আৰক্ষীৰ মতে ডকাইতৰ দলটোৱে বাক্সাৰ বাহবাৰী আৰক্ষী চকীৰ অন্তৰ্গত এটা পৰিয়ালত ডকাইটি কৰাৰ
পৰিকল্পনা কৰিছিল আৰু তাৰ খবৰ লাভ কৰিয়ে বাক্সা আৰু বজালী আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় দকাইটৰ দলটোক।

উল্লেখ্য যে, উক্ত ডকাইতৰ দলটোৰ বিৰুদ্ধে ভিন্ন স্থানত ইতিমধ্যে কেইবাটাও গোচৰ ৰুজু হৈ আছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme