1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:36 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

আৰক্ষীৰ পুত্ৰ বাবে এনে কাৰ্যত বাধা দিবলৈ ভয় নে আন কিবা!

  • Update Time : Tuesday, March 19, 2024

আৰক্ষী বিষয়াৰ পুত্ৰ, সেয়ে হয়তো মনত নাই কোনো ভয়, সংশয়৷ ঘটনা অন্ধ্ৰপ্ৰদেশৰ অংগোলেৰ৷ চলি আছিল গ্ৰুপ ৱান প্ৰিলিমছ পৰীক্ষা, এগৰাকী আৰক্ষী বিষয়াৰ পুত্ৰও অৱতীৰ্ণ হৈছে পৰীক্ষাত। সদম্ভে পৰীক্ষা হলত উপস্থিত আৰক্ষী বিষয়াগৰাকীৰ পুত্ৰ। কিন্তু আৰক্ষী বিষয়াৰ পুত্ৰৰ যেন ভয়েই নাই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকললৈ৷ পৰীক্ষাৰ হলত কঠোৰ শাসন থকাৰ পিছতো আৰক্ষী বিষয়াৰ পুত্ৰই পৰীক্ষা হলৰ ভিতৰলৈ আইফোন লৈ সোমাইছে৷
পৰীক্ষা হলত সোমাই পৰীক্ষাৰ প্ৰশ্নকাকতখন স্কেন কৰিবলৈ লওঁতেই ধৰা পৰিল৷ কিন্তু ইমান কঠোৰ শাসনৰ মাজতো কেনেকৈ মোবাইল নিব পাৰিলে?এই ঘটনাক লৈ বহুতৰে মনত প্ৰশ্ন উত্থাপন হৈছে৷ পৰীক্ষাৰ নিৰাপত্তা ব্যৱস্থাক লৈ গুৰুত্বৰ প্ৰশ্ন উত্থাপন কৰিছে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme