1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:25 am

আহক জানি লওঁ কি কি সমস্যাৰ সমাধান VapoRab!

  • Update Time : Friday, July 19, 2024

মূৰ বিষ হ’লে আমি প্ৰত্যেকেই VapoRab ব্যৱহাৰ কঁৰো নহয় জানো? পিছে জানে নে ইয়াক কেৱল মূৰ বিষৰ পৰা উপশম দিবলৈয়ে ব্যৱহাৰ কৰা নহয়৷ আন বহু সমস্যাৰ বাবে VapoRab উপকৃত!

. আমি সকলোৱে মূৰৰ বিষৰ পৰা উপশম পাবলৈ VapoRab ব্যৱহাৰ কৰো। ইয়াৰ গোন্ধে শৰীৰক মানসিক চাপমুক্ত কৰে।
. চৰ্দি নাথাকিলেও শুৱাৰ পূৰ্বে মূৰ, নাক, ডিঙিত Vaporab প্ৰয়োগ কৰিলে ভাল টোপনি আহিব পাৰে। কাৰণ, এই সকলো ঠাইতে Vaporab প্ৰয়োগ কৰিলে পেশীৰ সকাহ পোৱা যায়।
. কাহ বেছি হ’লে ভৰিত ভেপ’ৰব লগাই শুই যাওঁক। ভৰিত কপাহী মোজা লৈ শুই থাকিলে কাহ সোনকালে ভাল হৈ যাব।
. কাণত বিষ হ’লেও কপাহী বল এটাত ভেপ’ৰব লগাই কাণত বিষ হোৱা ঠাইত ৰাখক।
. গোৰোহা ফাটি যোৱাৰ বাবেও Vaporab প্ৰয়োগ কৰিব পাৰে।
. শৰীৰৰ কোনো অংশত বিষ হ’লে ভেপ’ৰ’ব লগালে সকাহ পোৱা যায়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme