1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:33 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

আপোন লোকসকলৰ সৈতে সম্পৰ্কবোৰ জীয়াই ৰাখিবলৈ কৰক এইসমূহ কাম

  • Update Time : Sunday, March 10, 2024

সম্পৰ্ক এটা ধৰি ৰাখিবলৈ আপুনি বৰ বিশেষ একো কৰিব নালাগে। বন্ধুত্বৰ সম্পৰ্কই হওঁক বা প্ৰেমৰ সম্পৰ্কই হওঁক, প্ৰতিটো সম্পৰ্কই আমাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ নহয়নে?
আমি সকলোৱে প্ৰতিটো সম্পৰ্কই আচলতে ভালকৈ ৰাখিব বিচাৰোঁ। মাথোঁ সম্পৰ্কবোৰ ধৰি ৰাখিবলৈ জানিব লাগিব কিছু কথা। বৰ্তমান সময়ত প্ৰায়ে দেখা যায় বহুৱে আপোন মানুহবোৰক গুৰুত্ব নিদিয়া হয়, এলাগি কৰে নিজৰ সম্পৰ্কবোৰ। কিন্তু আমি আমাৰ আপোন লোকসকলৰ সম্পৰ্ক ধৰি ৰাখিব লাগিব। যিকোনো সম্পৰ্কক বিশেষ কৰি তুলিবলৈ বা আপোনাৰ
সংগীক বিশেষ অনুভৱ কৰাই ৰাখিব পাৰিব লাগিব। যাৰবাবে আপোনালোকৰ মাজৰ সম্পৰ্কৰ বান্ধোন কটকটীয়া হৈ পৰিব। এই যে সৰু সৰু কথাবোৰ, চাৰপ্ৰাইজবোৰে সম্পৰ্কবোৰ
সুন্দৰ কৰি ৰখা কিছু সহায় কৰে।

আপুনি আপোনাৰ সংগীক তথা সম্পৰ্কটো কিদৰে ধুনীয়া কৰি ৰাখিব জানো আহঁক

*আপোনাৰ সংগীৰ সপোনবোৰ পূৰ কৰাত আপুনি সংগ দিয়ক। সংগীৰ সপোন পূৰণৰ পৰিকল্পনা কৰক যাৰ ফলত আপোনাৰ সংগী সুখী হ’ব আৰু সম্পৰ্কটো মজবুত
হ’ব।
*বৰ্তমান সময়ত মানুহে চিঠি লিখিবলৈ পাহৰি গৈছে। এনে পৰিস্থিতিত যদি আপুনি চিঠি লিখি মনৰ ভাৱ প্ৰকাশ কৰে তেতিয়া আপোনাৰ সংগীৰ ভাল লাগিব আৰি দুয়োৰে
মাজৰ সম্পৰ্ক গভীৰ হ’ব।
*যদিহে কেতিয়াবা সৰু সুৰা কথাত কাজিয়া লাগে তেন্তে সদায় এজন মনে মনে থাকিবলৈ চাব কাজিয়া নিজেই নিজেই কমিব।
*দুয়োজনে দুয়োজনৰ পৰা কোনো কথা নুলুকোৱাব, কথা লুকুৱাই ৰাখিলে সম্পৰ্কটো থুনুকা হয়, বিশ্বাস নোহোৱা হয়।
* আপোনাৰ সংগীৰ সমস্যা হ’লে সেই সমস্যা সমাধান কৰাত আপুনিও সহায় কৰক। চাব আপোনাৰ সংগী আপোনাৰ প্ৰতি আৰু বেছি আকৰ্ষিত হ’ব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme