দাঁত হৈছে সৌন্দৰ্যৰ প্ৰতীক৷ হাঁহিলে যদি আপোনাৰ দাঁতৰ হালধীয়া ৰঙ দেখা পোৱা যায় তেতিয়া মানুহৰ আগত লাজ পোৱা হয়৷ গতিকে দাঁতৰ হালধীয়া ৰং কিদৰে দূৰ কৰিব?
. কলৰ বাকলিৰ বগা অংশটোৰে নিয়মীয়াকৈ দাঁত ব্ৰাছ কৰিলে হালধীয়া ৰং নাইকিয়া হয়৷
. দাঁতৰ হালধীয়া ৰং দূৰ কৰিবলৈ নিমখ ব্যৱহাৰ কৰক৷
. তুলসী পাত ৰদত শুকাবলৈ দি তাৰ গুৰি টুথপেষ্টৰ সৈতে মিহলাই নিয়মিত দাঁত ব্ৰাছ কৰক৷ এনে কৰিলে হালধীয়া ৰং দূৰ হয়৷
. কমলাৰ বাকলিৰে দাঁত ব্ৰাছ কৰিলে দাঁতৰ হালদীয়া ৰং ক্ৰমান্বয়ে নাইকিয়া হৈ আহে৷