1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2024, 2:37 pm
Trending:
আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী! এই ৫ বিধ খাদ্যই আপোনাক নিৰোগী ৰখাত কৰিব সহায় কিয় চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে AI ৰবটে? গাখীৰ চাহ প্ৰিয় নে আপোনাৰ? তেন্তে চাওঁক এই প্ৰতিবেদন!

আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি?

  • Update Time : Thursday, July 4, 2024

চকু আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংশ৷ যদি আপুনি চকুৰ সঠিকভাৱে যত্ন ল’ব নোৱাৰে তেন্তে, বহু সমস্যাই দেখা দিব পাৰে৷ বহু সময়ত দেখা যায় যে চকুৰ জ্বলা-পেৰা বা বিষৰ সমস্যা হয়৷ তেনে ক্ষেত্ৰত
আপুনি, মই কি কৰিব পাৰোঁ চাওঁ আহক!

. যদি আপোনাৰ চকু জ্বলা পোৰা কৰে তেন্তে গোলাপৰ পানীৰে চকুকেইটা ধুৱক৷
. চকু জ্বলা-পোৰা বা বিষ হ’লে তিঁয়হ ব্যৱহাৰ কৰি উপশম পাব পাৰে৷ তিঁয়হ চকুৰ ওপৰত ৰাখি অলপ সময় চকু কেইটা মুদি থাকিলে বিষৰ পৰা উপশম পাব৷
. আলু ব্যৱহাৰ কৰিও চকুৰ এইসমূহ সমস্যাৰ পৰা উপশম পাব পাৰি৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme