1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:53 am

আপোনাৰ চকুযুৰিৰ যত্ন লওঁক ঘৰুৱা উপায়েৰে!

  • Update Time : Wednesday, August 28, 2024

মুখ মণ্ডলৰ অতিকৈ আকৰ্ষণীয় অংগ হ’ল চকুযুৰি। এযোৰ ধুনীয়া চকু সকলোৱে বিচাৰে। এই চকুযুৰিক সতেজ আৰু সক্ৰিয় কৰি ৰাখিবলৈ যথেষ্ট যত্নৰ প্ৰয়োজন হয়৷

. চকুৰ কাৰণে ঠাণ্ডা পানী বৰ উপকাৰী।চকু যুৰি উজ্বল আৰু ঠাণ্ডা কৰি ৰাখিবলৈ হলে দিনত কেইবাবাৰো ঠাণ্ডা পানী চকুত দিব লাগে।
. টোপনি ক্ষতি হোৱা কাৰণে বা অন্য বিভিন্ন কাৰণত চকুৰ গুৰি ক’লা পৰিব পাৰে। প্ৰচুৰ পৰিমানে পানী খালে চকুৰ এই স্বাভাৱিক অৱস্থা ঘুৰি আহে।
. চকুৰ কাষত বলি ৰেখা পৰিলে দেখিবলৈ বেয়া লাগে। আলু থেতেলিয়াই বলি ৰেখাৰ ওপৰত লগাই বিশ মিনিটমান ৰাখিব লাগে।
. চকুৰ সতেজতা আৰু উজ্বলতা আনিবলৈ হলে চকুৰ পতাৰ ওপৰত তিঁয়হ চকলীয়াই লগাব লাগে

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme