1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:32 am

আপোনাৰ কাপোৰত দাগ লাগিলে কেনেকৈ আঁতৰ কৰিব?

  • Update Time : Tuesday, July 23, 2024

ভিন্ন সময়ত আপোনাৰ কাপোৰ লেতেৰা হলে ধুঁই পেলাও কিন্তু যদিহে কাপোৰত দাগ লাগে তেন্তে কি কৰিব আপুনি?

. যদিহে কাপোৰত চিয়াঁহীৰ দাগ লাগে তেন্তে দাগ লগা খিনিত অলপ টুথপেষ্ট ঘঁহি দিব। দাগটো কম সময়ৰ ভিতৰতে নাইকিয়া হ’ব।
. যদি যিকোনো প্ৰকাৰে কাপোৰত তেজৰ দাগ থাকে, তেন্তে সেই দাগত ভিনেগাৰ প্ৰয়োগ কৰক। ভিনেগাৰৰ সহায়ত দাগ দূৰ হ’ব।
. অত্যাধিক গৰম হ’লে শৰীৰত ঘাম ওলোৱাটো স্বাভাৱিক। কিন্তু সেই ঘামে কেতিয়াবা কাপোৰত দাগ পেলায়। সেই দাগবোৰ দূৰ কৰিবলৈ নেমুৰ ৰস ব্যৱহাৰ কৰিব। ই দাগ আঁতৰোৱাত সহায় কৰিব।
. নেমুৰ বাকলিটো পেলাই নিদিব, ইয়াক সৰু টুকুৰাত কাটি ডিটাৰ্জেণ্টৰ পেকেট এটাত মিহলি কৰিব। ইয়াৰ ফলত কাপোৰ ধুবলৈ চাবোন বা ডিটাৰ্জেণ্ট কম প্ৰয়োজন হ’ব আৰু কাপোৰবোৰো জিলিকি উঠিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme