1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 9, 2024, 12:05 am
Trending:
ৰাজ্যৰ কাৰ্যবাহী অভিযন্তাসকলৰ পৰা বান-খহনীয়া সন্দৰ্ভত বুজ ল’লে মন্ত্ৰী পীযূষ হাজৰিকাৰ আপুনি জানেনে নৰসিংহ পাত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী! কনজাংটিভাইটিছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায় আৰু দূৰত থাকক চকুৰ সমস্যাৰ পৰা আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী!

আপোনাৰ কন্যাক পূৰ্বে নিজৰ ভৰিত থিয় দিবলৈ শিকাওঁক তাৰ পিছত বিয়াৰ কথা ভাবিব!

  • Update Time : Wednesday, May 29, 2024

বিয়াই নেকি সকলো? এজনী ছোৱালীক বিয়া দিয়াৰ আগত নিজৰ ভৰিৰ ওপৰৰ থিয় দিবলৈ শিকাওঁক৷ সমাজে যদি কয় ইমান পলমকৈ বিয়া হ’লা যে, ২২ বছৰ হ’ল বিয়া নোহোৱা নেকি, তেমাৰ বিয়া কেতিয়া এই প্ৰশ্নবোৰলৈ ভয় কৰি থকাতকৈ তেওঁলোকক প্ৰত্যুত্তৰ দিবলৈ শিকাওঁক তেওঁৰ কৰ্মৰে৷ বিবাহ জীৱনৰ শেষ নহয়৷ প্ৰথমে নিজেই ভৰিৰ ওপৰত থিয় হওঁক, অন্যথা কোনোবাদিন আপোনাৰ প্ৰিয় জনৰ পৰা হয়তো শুনিব তাচ্ছিল্য৷ হয়তো আপোনাক ক’ব পইচা উপাৰ্জন কৰি পাইছা জানো? পইছা উপাৰ্জন কৰি দেখুওৱাচোন প্ৰথমে৷ তাৰ পিছত সেই ,সম্পৰ্কৰ ওপৰত অনুশোচনা, খং, বিভাজন আহিব, কিন্তু নিজক গঢ়ি তোলাৰ সময় কেতিয়াও নাহে৷ সেয়ে বিবাহৰ পূৰ্বে নিজক গঢ়ি তোলক৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme