1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:38 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ ভিন্ন ৰোগৰ নিৰাময়ৰ ঔষধ শুকলতি!

  • Update Time : Saturday, June 8, 2024

শুকলতি‌ সকলোৰে পৰিচিত।ই এবিধ গোন্ধ যুক্ত, দীৰ্ঘস্থায়ী মহৌষধী উদ্ভিদ। এইবিধ উদ্ভিদ আমাৰ দেহৰ বাবে উপযোগী। শুকলতিৰ ব্যৱহাৰ আৰু উপকাৰিতাৰ‌ বিষয়ে জানিলে আচৰিত হব আপুনি,
আহকচোন জানি লওঁক শুকলতিৰ উপকাৰিতাৰ বিষয়ে লগতে আনকো জনাওঁক।

১. শুকলতি‌ গছৰ পাত সপ্তাহত দুদিনকৈ আঞ্জা তৈয়াৰ কৰি খালে বা পাতত দি খালে দৃষ্টি শক্তি বৃদ্ধি পায় আৰু লগতে ছাল উজ্জ্বল হৈ উঠে।
২. শুকলতি পাতত দি খালে গ্ৰহণীৰ‌ দৰে ৰোগ নিৰাময় হয়।
৩. শুকলতি পাতত দি পিতিকা‌ বনাই খালে পেটৰ বিভিন্ন ৰোগ‌ নাশ হয়।
৪. এফুটা‌ নহৰু আৰু শুকলতিৰ‌ ৩-৪ টা‌ পাত খুন্দি তাৰ কেঁচা ৰস‌ সপ্তাহত তিনিদিনকৈ‌ নিয়মিতভাৱে খালে গাঁঠিৰ বিষ নোহোৱা হয় আৰু লগতে ই হাড় ও‌ মজবুত কৰে।
৫. শুকলতি‌, নৰসিংহ, ভেদাইলতা‌ এই তিনিবিধৰ‌ জুল বনাই শ’ল‌, গৰৈ‌, মাগুৰ‌ আদি মাছৰ লগত খালে কেঁচুৱা জন্মৰ পিছত মাতৃ গৰাকী অতি সোনকালেই সুস্থ আৰু সবল হৈ উঠে।

এইদৰে যদি আপুনি শুকলতি খাবলৈ লয় তেন্তে এয়া আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme