1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2024, 11:06 pm
Trending:
ৰাজ্যৰ কাৰ্যবাহী অভিযন্তাসকলৰ পৰা বান-খহনীয়া সন্দৰ্ভত বুজ ল’লে মন্ত্ৰী পীযূষ হাজৰিকাৰ আপুনি জানেনে নৰসিংহ পাত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী! কনজাংটিভাইটিছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায় আৰু দূৰত থাকক চকুৰ সমস্যাৰ পৰা আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী!

আপোনাৰো উফিৰ সমস্যাই দেখা দিছে নেকি? তেন্তে জানি লওঁক পৰিত্ৰাণৰ উপায়!

  • Update Time : Tuesday, May 28, 2024

উজ্জ্বল আৰু ঘন চুলিৰ গৰাকী হবলৈ আমি সকলোৱে বিচাৰো, নহয় জানো? সকলোৱে নিজৰ চুলিখিনিৰ যতন লবলৈ বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰে।পুৰুষ মহিলা উভয়ে সুন্দৰ চুলিৰ গৰাকী হোৱাৰ বাবে বিভিন্ন ধৰণে ঘৰতে চুলিৰ যতন ল’বলৈ বিভিন্ন চেম্পুৰ প্ৰয়োগ কৰে। কিন্তু তেনে কৰাৰ ফলত চুলিত নানা ধৰণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাৰ বাবে আমাৰ নানা ধৰণৰ পাৰ্শ্বক্ৰিয়া হোৱা দেখা যায়। বৰ্তমান সময়ত অকালতে চুলি পকি যোৱা, সৰি যোৱা আদি সমস্যাই দেখা দিছে। বিভিন্ন কাৰকৰ বাবে এই চুলি সৰা, চুলি পকা, উফি আদিৰ সমস্যাই দেখা দিয়ে। গতিকে উফিৰ সমস্যুাই দেখা দিলে ঘৰুৱাভাৱে আমি কি কৰিব পাৰোঁ চাওঁ আহক-
১. তেল হিচাপে আমি বজাৰত উপলব্ধ বিভিন্ন ব্ৰেণ্ডৰ তেলসমূহতকৈ ঘৰতেই তেল প্ৰস্তুত কৰি লগাব পাৰো। জিৰাৰ তেল, এৰাগুটিৰ তেল আৰু তিলতেল সমপৰিমাণে মিহলাই প্ৰতিদিনে আপোনাৰ চুলিকোছা ধোৱাৰ পিছত চুলিত এচামুছমানকৈ ভালদৰে চুলিৰ চালত লগাকৈ ব্যৱহাৰ কৰা যায় তেন্তে নতুন চুলিসৰা, উফিৰ সমস্যা নাইকিয়া হয়।
২. উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চুলিত ৰিঠাগুটিৰে যদিহে চুলিখিনি চাফা কৰা হয় তেন্তে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ।
৩. মেঠিগুটি ৰাতিটো তিয়াই ৰাখি পিছদিনা সেই পানীৰে চুলি ধুলে উফিৰ সমস্যা নাশ হয়।
৪. কণীৰ কুহুমৰ লগত মৌ মিহলাই লগালে চুলিৰ বৃদ্ধি হ’ব আৰু আপুনি উফিৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme