প্ৰায় লোকেই ঘৰ আৰু অফিচৰ চিন্তা ইমান বেছি কৰিবলৈ লয় যে সুখী হবলৈ পাহৰিয়েই যায় তেওঁলোক। এনে সময়ত আপুনি কেইটামান টিপছ মানি চলক দেখিব আপুনি চিৰজীৱন সুখী হৈ পৰিছে.
. আপোনাৰ জীৱনত য়ি বেয়া হৈ গৈছে তাক মনত পেলাই দুখ কৰি নাথাকিব। নিজৰ জীৱনলৈ পজিটিভ সলনি আনক।
. নিজৰ ফেমিলি, প্ৰিয়জনৰ ওপৰত গুৰুত্ব দিয়ক।
. নতুন নতুন ঠাইলৈ ফুৰিবলৈ যাওঁক।
. প্ৰতিদিনেই ব্যায়াম কৰক, মেডিটেচন কৰক।
. সময় উলিয়াই শিশুসকলৰ সৈতে খেলক, সময় কটাওঁক।