1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 18, 2024, 11:34 pm

আপুনি যদি খাদ্য খোৱাৰ সময়ত পানী সেৱন কৰে তেন্তে এই অভ্যাস আজিয়েই এৰক!

  • Update Time : Saturday, September 14, 2024

আমাৰ শৰীৰ আৰু স্বাস্থ্যৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ উপাদান। শৰীৰক হাইড্ৰেট কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰিবলৈ চিকিৎসকে আমাক পৰামৰ্শ দিয়ে। কিন্তু সেই পানীয়েই যদি আমি ভুল সময়ত সেৱন কৰো তেনেহলে ই স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। আচলতে বহুতে খাদ্য খোৱাৰ সময়ত বা খাদ্য খোৱাৰ লগে লগে পানী খাই বা খোৱাৰ অভ্যাস থাকে। এইদৰে পানী খোৱাটোৱে আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।
খাদ্য খোৱাৰ আধা ঘণ্টা আগতে এগিলাচ পানী খাব। একে সময়তে খাদ্য খাওঁতে দুবাৰ আধা গিলাচতকৈ বেছি পানী সেৱন কৰিব নালাগে। একে সময়তে খাদ্য খোৱাৰ পিছত ৪০ মিনিটৰ পিছত এগিলাচ পানী খাব পাৰে। ‘

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme