শাৰীৰিকভাৱে, মানসুকভাৱে সুস্থ হৈ থাকিবৰ বাবে অৱলম্বন কৰক কিছু সৰু সৰু উপায়। উপায়সমূহ অৱলম্বন কৰি চাওঁক লাহে লাহে আগতকৈ সুস্থ হৈ আহিছে আপুনি।
. ৰাতি আহাৰ গ্ৰহণ কৰা পিছত ১০মিনিট খোজ কাঢ়িহে শুব। ই পাঁচনতন্ত্ৰ মজবুত কৰি ৰাখিব।
. দৈনিক ১৫মিনিট প্ৰাণ খুলি হাঁহিব লাগে। ১৫মিনিট হাঁহি ২ঘন্টা টোপনিতকৈও উত্তম।
. দিনত সদায় অলপ বাগৰ দিয়ক। তেনে কৰিলে স্মৃতিশক্তি বৃদ্ধি পাব।
. মুখখন দিনটোত এবাৰ হলেও বৰফ পানীৰে ধুলে মুখত শালমইনা নোলাই।
. তৰমুজ খালে মানসিক চাপ দূৰ হয়।
. নিয়মিত মন পচণ্ডৰ গীত শুনিলে মগজুৰ কেঞ্চাৰৰ সম্ভাৱনা দূৰ হয়।