1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 1:41 am

আপুনি নাচালে আনে চাবঃ সাজি-কাচি আহিছে দিপলীনা…

  • Update Time : Monday, January 9, 2023

ডিজিটেল ডেস্কঃ সাজি-কাচি আহিছে দিপলীনা। নতুন বছৰত ন উদ্যমেৰে পুনৰ কৰ্মক্ষেত্ৰত নামিছে অসমৰ মোহময়ী কন্ঠশিল্পী তথা অভিনেত্ৰী দিপলীনা।

 দীপলিনাৰ ফটো বা ভিডিঅ’ মানেই যেন এতিয়া জনপ্ৰিয়। কণ্ঠশিল্পীৰ লগতে অভিনেত্ৰী হিচাপেও আছে দীপলিনা ডেকাৰ এক সুকীয়া পৰিচয়।

শেহতীয়াকৈ এক বিশেষ ফটোশ্বুটৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

 ছ'চিয়েল মিডিয়াত যথেষ্ঠ এক্টিভ দীপলিনা। বহুতৰে সপোনৰ ৰাণী দীপলিনা ডেকাই ছ'চিয়েল মিডিয়াত ফটো বা ভিডিঅ’ শ্বেয়াৰ কৰিলে মুহুৰ্ততে হৈ পৰে ভাইৰেল।

নিজা ফেচবুক পেইজত এই সকলো ফটো শ্বেয়াৰ কৰিছে কন্ঠশিল্পীগৰাকীয়ে।
 অসমৰ 'জাতীয় ক্ৰাছ' বুলিয়েই বহুতে অভিহিত কৰে অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকীক। প্ৰায়ে নিজৰ অনুৰাগীৰ বাবে আকৰ্ষণীয় ফটো অথবা ভিডিও আপলোড কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে।

নেটিজেন সকলে দিপলীনাৰ এই নতুন ৰূপৰ আঁৰত কিবা ভাল খবৰ আছে নেকি বুলিও প্ৰশ্ন কৰিছে।

 ছ'চিয়েল মিডিয়াত অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকীৰ আছে অজস্ৰ গুণমুগ্ধ। অলপতে অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত আপলোড কৰে আকৰ্ষণীয় ফটো। যি ফটো এতিয়া ধুমুহাৰ গতিত ভাইৰেল হৈছে। অনুৰাগীসকলেও যথেষ্ঠ উৎফুল্লিত হৈছে ২০২৩ বৰ্ষৰ দীপলিনাৰ নতুন ফটো দেখি।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme