1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 17, 2025, 1:42 pm

আপুনি জানেনে হাহিঁ দিৱস বুলিও এক দিৱস আছে

  • Update Time : Sunday, May 5, 2024

প্ৰতিবছৰে মে’ মাহৰ প্ৰথম দেওবাৰে পালন কৰা হয়।১৯৯৮ চনৰ ১০ মে’ তাৰিখে মুম্বাইত পোনপ্ৰথম বাৰৰ বাবে বিশ্বব্যাপী হাস্য যোগ আন্দোলনৰ প্ৰতিষ্ঠাপক ড° মদন কাটাৰীয়ায়ে এই দিৱস উদযাপন কৰিছিল।ফেচিয়েল ফিডবেক হাইপ’থেচিছ’ৰ দ্বাৰা তেওঁ অনুপ্ৰাণিত হৈ লাফটাৰ যোগ বা হাস্য যোগ আন্দোলন আৰম্ভ কৰিছিল। ফেচিয়েল ফিডবেক হাইপ’থেচিছ’ৰ ধাৰণা অনুসৰি মানুহ এজনৰ মুখৰ অভিব্যক্তিয়ে তেওঁৰ আবেগক প্ৰভাৱিত কৰিব পাৰে। বিশ্ব হাঁহি দিৱসৰ উদ্দেশ্য হৈছে হাঁহিৰ জৰিয়তে ভাতৃত্ব আৰু বন্ধুত্বৰ বিশ্বজনীন সজাগতা সৃষ্টি কৰা। এই দিৱসটো সাধাৰণতে ৰাজহুৱা স্থানত হঁহাৰ উদ্দেশ্যে মানুহ একত্ৰিত হৈ পালন কৰে। বৰ্তমান গোটেই বিশ্বতে এই দিৱস পালন কৰা হয়।

হাঁহিৰে এখন সুন্দৰ সমাজ গঢ়ো আহা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme