1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:09 am

আপুনিও বেছিকৈ ম’বাইল ফোন ব্যৱহাৰ কৰে যদি জানি লওক এইসমূহ কথা

  • Update Time : Monday, December 23, 2024

অতি বেছি ম’বাইল ফোনৰ ব্যৱহাৰে আপোনাৰ কি ক্ষতি কৰিব পাৰে জানো আহক
১/ অতি বেছি ম’বাইল ব্যৱহাৰে মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায় আৰু খুব সোনকালে কথা পাহৰিবলৈ ধৰে
২/ অতি বেছি ম’বাইল ব্যৱহাৰে চকুৰ দৃষ্টি দুৰ্বল কৰে, দূৰদৃষ্টি নি:শেষ হয় লাহে লাহে
৩/ অতি বেছি ম’বাইল ব্যৱহাৰৰ ফলত একাগ্ৰতা কমি আহে, পঢ়া শুনাৰ লগতে যিকোনো কামত মন নবঢ়া হয়
৪/ অতি বেছি ম’বাইল ব্যৱহাৰৰ বাবে মানুহ খিংখিঙীয়া হয়, সৰু সৰু কথাতে খং উঠিবলৈ ধৰে

বি:দ্ৰ: চিকিৎসকৰ পৰামৰ্শৰ ভিত্তিতহে এই ভিডিঅ’ আগবঢ়োৱা হৈছে

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme