1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:52 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

আপুনিও দেখিছে নেকি এনেকুৱা সপোন? হওক সাৱধান।

  • Update Time : Tuesday, February 13, 2024

প্ৰায় সকলোৱে টোপনিত বিভিন্নধৰণৰ সপোন দেখে ৷ জ্যোতিষীৰ মতে বহু সপোনে দিয়ে অশুভ সংকেত। সমান্তৰালকৈ এনে কিছুমান সপোন আছে যি সপোনে শুভ সংকেত দিয়ে ৷ আপুনি সপোনত কেতিয়াবা মাছ মৰা দেখিছে নেকি? নতুবা এৰ’প্লেনত যাত্ৰা কৰা সপোন, পাহাৰ বগোৱা সপোন দেখিছে নেকি? নাইবা কেতিয়াবা সপোনত টকা দেখিছে নেকি? এইসমূহ সপোনে শুভ সংকেত দিয়ে নে অশুভ সংকেত দিয়ে সেই বিষয়ে জ্যোতিষীয়ে কি কয় জানো আহক।
জ্যোতিষী ড০ বুলী দেৱীৰ মতে সপোনত যদি এৰ’প্লেনত যাত্ৰা কৰা দেখে তেন্তে শুভ। কাৰণ এৰ’প্লেন সদায় ওপৰেৰে যায়। ঠিক তেনেকৈ আপোনাৰো জীৱনৰ গ্ৰাফ ডাল ওপৰলৈ উঠাৰ সম্ভাৱনা আছে। সপোনত পাহাৰ বগোৱা দেখিলেও শুভ সংকেত দিয়ে।‌ কিয়নো পাহাৰো ওখ। ওখ ঠাইত বগোৱা মানে আপোনাৰ জীৱনটো উন্নতিৰ দিশত গতি কৰা বুজায়। কিন্তু পাহাৰৰ পৰা যদি তললৈ নমা দেখে তেন্তে অশুভ। কাৰণ তললৈ নামিলে আপোনাৰ উন্নতিও থমকি ৰ’ব। সেইবাবে তেওঁ কয় যে, যি লোকে পাহাৰৰ পৰা তললৈ নমা সপোন দেখে তেওঁলোকে জীৱনত কষ্ট কৰিব লাগিব, তেতিয়াহে সুফল লাভ কৰিব। একেদৰে সপোনত যদি আপুনি টকা দেখে তেন্তে শুভ। লগতে তেওঁ কয় যে, সপোনত যদি বগা মাছ দেখা পায়, তেন্তে খুবেই শুভ। তেওঁৰ জীৱনলৈ ভাল সংকেত আহে। যদিহে সপোনত কেতিয়াবা ক’লা মাছ দেখা পায়, তেন্তে এই সপোন অশুভ বুলি উল্লেখ কৰে জ্যোতিষীগৰাকীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme