1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:06 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

আপুনিও দেখিছে নেকি এনেকুৱা সপোন? হওক সাৱধান।

  • Update Time : Tuesday, February 13, 2024

প্ৰায় সকলোৱে টোপনিত বিভিন্নধৰণৰ সপোন দেখে ৷ জ্যোতিষীৰ মতে বহু সপোনে দিয়ে অশুভ সংকেত। সমান্তৰালকৈ এনে কিছুমান সপোন আছে যি সপোনে শুভ সংকেত দিয়ে ৷ আপুনি সপোনত কেতিয়াবা মাছ মৰা দেখিছে নেকি? নতুবা এৰ’প্লেনত যাত্ৰা কৰা সপোন, পাহাৰ বগোৱা সপোন দেখিছে নেকি? নাইবা কেতিয়াবা সপোনত টকা দেখিছে নেকি? এইসমূহ সপোনে শুভ সংকেত দিয়ে নে অশুভ সংকেত দিয়ে সেই বিষয়ে জ্যোতিষীয়ে কি কয় জানো আহক।
জ্যোতিষী ড০ বুলী দেৱীৰ মতে সপোনত যদি এৰ’প্লেনত যাত্ৰা কৰা দেখে তেন্তে শুভ। কাৰণ এৰ’প্লেন সদায় ওপৰেৰে যায়। ঠিক তেনেকৈ আপোনাৰো জীৱনৰ গ্ৰাফ ডাল ওপৰলৈ উঠাৰ সম্ভাৱনা আছে। সপোনত পাহাৰ বগোৱা দেখিলেও শুভ সংকেত দিয়ে।‌ কিয়নো পাহাৰো ওখ। ওখ ঠাইত বগোৱা মানে আপোনাৰ জীৱনটো উন্নতিৰ দিশত গতি কৰা বুজায়। কিন্তু পাহাৰৰ পৰা যদি তললৈ নমা দেখে তেন্তে অশুভ। কাৰণ তললৈ নামিলে আপোনাৰ উন্নতিও থমকি ৰ’ব। সেইবাবে তেওঁ কয় যে, যি লোকে পাহাৰৰ পৰা তললৈ নমা সপোন দেখে তেওঁলোকে জীৱনত কষ্ট কৰিব লাগিব, তেতিয়াহে সুফল লাভ কৰিব। একেদৰে সপোনত যদি আপুনি টকা দেখে তেন্তে শুভ। লগতে তেওঁ কয় যে, সপোনত যদি বগা মাছ দেখা পায়, তেন্তে খুবেই শুভ। তেওঁৰ জীৱনলৈ ভাল সংকেত আহে। যদিহে সপোনত কেতিয়াবা ক’লা মাছ দেখা পায়, তেন্তে এই সপোন অশুভ বুলি উল্লেখ কৰে জ্যোতিষীগৰাকীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme