1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 9:23 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

আপুনিও খাই নেকি ‘SMOKE PAAN’? পৰিব পাৰে ভয়ংকৰ বিপদত

  • Update Time : Tuesday, May 21, 2024

‘SMOKE PAAN’ বিপদৰ কাৰণ হৈ পৰিল ১২ বছৰীয়া এগৰাকী কিশোৰী আৰু পৰিয়ালটোৰ বাবে। আচলতে কিশোৰীগৰাকীৰ পেটৰ বিষ হ’বলৈ আৰম্ভ হৈছিল লিকুইড নাইট্ৰ’জেন পান খোৱাৰ পিছত। ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে চিকিৎসালয়লৈ লৈ যায়। ইয়াৰ পিছতে চিকিৎসকে কিশোৰীগৰাকীক পৰীক্ষা কৰে, পোহৰলৈ আহে ভয়ংকৰ ঘটনা। ৰিপৰ্ট দেখি পৰিয়ালৰ লোক স্তম্ভিত হৈ পৰে। ডাক্তৰে কয় যে কিশোৰীগৰাকীৰ পেটত এটা ফুটা আছে।

এই ঘটনাটো বেংগালুৰুৰ। উল্লেখযোগ্য যে পৰিয়ালটোৱে এখন বিয়া খাবলৈ গৈছিল আৰু তেতিয়াই তাত ‘SMOKE PAAN’ খাইছিল কিশোৰীগৰাকী। পান খোৱাৰ পিছৰে পৰা পেটৰ যথেষ্ট বিষ আৰম্ভ হয় কিশোৰীগৰাকীৰ। যাৰবাবে হাস্পাতাললৈ লৈ যোৱাৰ পিছতে ভয়ংকৰ ঘটনাটো পাহৰলৈ আহে আৰু ইয়াৰ পিছতে ততাতৈয়াকৈ চিকিৎসকে অস্ত্ৰোপচাৰ কৰি সংক্ৰমিত অংশটো আঁতৰাই পেলায়। ৬ দিন চিকিৎসালয়ত ৰখাৰ পিছতে কিশোৰীগৰাকীক ঘৰলৈ যাবলৈ দিয়ে।

এই ঘটনাই স্বাভাৱিকতে সৃষ্টি কৰিছে চাঞ্চল্যৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme